Class 10 Science Chapter 8 MCQ Assamese Medium with Answer
ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 8 MCQ Assamese Medium Question Answer (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? MCQ) আৰু এইবোৰ SEBA Class 10 Science MCQ Chapter 8 Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 8 MCQ in Assamese অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 8 MCQ Assamese Medium (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? MCQ) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 10 Science Chapter 8 MCQ in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Assamese Medium Science Chapter 8 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
জীৱই কেনেকৈ বংশবিস্তাৰ
1. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে—
(a) কোষ প্রৰস
(b) ক্ৰম’জম
(c) কোষকেন্দ্ৰ প্রৰস
(d) অতিকেন্দ্র
Ans : (b) ক্ৰম’জম
2. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ তথ্যৰ উৎস বোলা হয়—
(a) কোষকেন্দ্র
(b) DNA
(c) অতিকেন্দ্র
(d) কোষকেন্দ্ৰ প্ৰৰস
Ans : (b) DNA
3. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে —
(a) পুনৰুৎপত্তি
(b) বিভংগন
(c) ৰেণু গঠন
(d) বিভাজন
Ans : (d) বিভাজন
4. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম’ডিয়ামে প্ৰজনন কৰে—
(a) দ্বি-ভাজন
(b) পুনৰুৎপত্তি
(c) বহুবিভাজন
(d) মুকুলোদ্গম
Ans : (c) বহুবিভাজন
5. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে—
(a) পুনৰুৎপত্তি
(b) মুকুলোদ্গম
(c) বিভাজন
(d) ৰেণু গঠন
Ans : (a) পুনৰুৎপত্তি
6. দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ—
(a) মুকুলোদ্গম
(b) আংগিক বিস্তাৰণ
(c) বিভাজন
(d) ৰেণু গঠন
Ans : (b) আংগিক বিস্তাৰণ
7. ৰাইজ’পাচে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি
(a) আংগিক বিস্তাৰণ
(b) মুকুলোদ্গম
(c) বিভাজন
(d) ৰেণু গঠন
Ans : (d) ৰেণু গঠন
৪. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয় —
(a) ভ্রূণ
(b) ডিম্বাণু
(c) যোজন কোষ
(d) শুক্রাণু
Ans : (c) যোজন কোষ
9. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়—
(a) অংকুৰণ
(b) নিষেচন
(c) ইতৰ-পৰাগযোগ
(d) স্ব-পৰাগযোগ
Ans : (b) নিষেচন
Class 10 Science Chapter 8 MCQ Assamese Medium with Answer
10. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।
(a) ডিম্বক
(b) গর্ভাশয়
(c) গর্ভমুণ্ড
(d) স্ত্রীস্তৱক
Ans : (a) ডিম্বক
Also Read: Class 10 Science Chapter 2 [প্ৰশ্নোত্তৰ]
11. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় —
(a) ডিম্বক
(b) গর্ভাশয়
(c) পাহি
(d) বেটুপাত
Ans : (b) গর্ভাশয়
12. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ —
(a) এষ্ট্ৰ’জেন
(b) থাইৰ ‘ক্সিন
(c) টেষ্ট’ষ্টেৰণ
(d) ইনচুলিন
Ans : (c) টেষ্ট’ষ্টেৰণ
13. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ —
(a) ইনচুলিন
(b) বৃদ্ধি হৰম’ন
(c) টেষ্ট’ষ্টেৰণ
(d) এষ্ট্ৰ’জেন
Ans : (d) এষ্ট্ৰ’জেন
14. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়—
(a) মূত্রপথ
(b) ফেল’পিয়ান নলী
(c) শুক্রবাহী নলী
(d) প্রষ্টেট গ্রন্থি
Ans : (b) ফেল’পিয়ান নলী
15. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয় –
(a) ডিম্ববাহী নলী
(b) জৰায়ু
(c) ডিম্বাশয়
(d) যোনি
Ans : (c) ডিম্বাশয়
16. তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয় –
(a) প্রষ্টেট গ্রন্থি
(b) শুক্রবাহী নলী
(c) শুক্ৰাধাৰ
(d) শুক্রাশয়
Ans : (d) শুক্রাশয়
17. প্রেচেষ্টাই মাতৃগৰ্ভত ভ্রূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে –
(a) পৰিপুষ্টি
(b) ৰেচন
(c) শ্বসন
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
Class 10 Science Chapter 8 MCQ in Assamese with Answer
18. তলৰ কোনটো জীৱত মুকুলোদ্গমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয় —
(a) এমিবা
(b) ইষ্ট
(c) প্লাজম’ডিয়াম
(d) লাইছমেনিয়া
Ans : (b) ইষ্ট
Also Read: Class 10 Science Chapter 13 [প্ৰশ্নোত্তৰ]
19. তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয়
(a) ডিম্বাশয়
(b) জৰায়ু
(c) শুক্রবাহী নলী
(d) ডিম্ববাহী নলী বা ফেল’পিয়ান নলী
Ans : (c) শুক্রবাহী নলী
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 Science Chapter 8 MCQ Assamese Medium PDF
Class 10 Science Chapter 8 MCQ Assamese Medium (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? MCQ) are available here. Students can practice these SEBA Class 10 Science Chapter 8 MCQ Assamese Medium with Solution, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Science Chapter 8 MCQ in Assamese with Answer are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 8 MCQ (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? MCQ) questions and answers carefully.
Class 10 Science Assamese Medium Chapter 8 MCQ 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 8 MCQ in Assamese Question and Answer (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 8 Assamese Medium Online Test খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 8 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।