Class 7

সকলোকে Learning Assam ৱেবছাইটলৈ স্ৱাগতম। SEBA Class 10 Maths MCQs প্ৰদান কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে HSLC Maths exam 2023 ৰ বাবে বহু গুৰুত্বপূৰ্ণ Maths MCQ প্ৰশ্নৰ অনুশীলন কৰিব পাৰে। এই খন Class 10 Assamese Medium Maths MCQ য়ে ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ভাল ফলাফল সহজে লাভ কৰাত সহায় কৰিব। যিহেতু SEBA Class 10 Maths MCQ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ গভীৰ বুজাবুজিৰ প্ৰয়োজন। কেৱল বিষয়বোৰৰ দুৰ্বল ধাৰণাৰে Class 10 Maths Assamese Medium MCQ ৰ উত্তৰ দিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীয়ে। সেয়ে এই খন Class 10 Assamese Medium Maths MCQ সমূহে ছাত্ৰ-ছাত্ৰীসকলক HSLC Maths exam 2023 ৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱাত সহায় কৰিব ।

Chapter-wise Class 10 Assamese Medium Maths MCQ 

  • Chapter 1 বাস্তৱ সংখ্য়া
  • Chapter 2 বহুপদ
  • Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
  • Chapter 4 দ্বিঘাত সমীকৰণ
  • Chapter 5 সমান্তৰ প্ৰগতি
  • Chapter 6 ত্ৰিভুজ
  • Chapter 7 স্থানাংক জ্য়ামিতি
  • Chapter 8 ত্ৰিকোণমিতিৰ পৰিচয়
  • Chapter 9 ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ
  • Chapter 10 বৃত্ত
  • Chapter 11 অংকন
  • Chapter 12 বৃত্ত সম্বন্ধীয় কালি
  • Chapter 13 পৃষ্ঠকালি আৰু আয়তন
  • Chapter 14 পৰিসংখ্য়া
  • Chapter 15 সম্ভাৱিতা

SEBA MCQ Questions for Class 10 Maths Assamese Medium with Answers PDF Students can get the downloadable SEBA Class 10 Maths MCQ Assamese Medium PDF along with answers upon clicking on the following links. There are 15 chapters in the SCERT Class 10 Assamese Medium Maths textbook and we have provided the Class 10 Maths MCQs Assamese Medium for all these chapters. These MCQs for Class 10 Maths Assamese Medium cover all the important topics most likely to be asked in the assam board exam. Students can also download these Maths MCQ with answers PDF by clicking on the respective chapter-wise link .

error: Content is protected !!
Scroll to Top