Class 9th & 10th Join Now

Home » Class 10 Science Chapter 8 Assamese Medium – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Class 10 Science Chapter 8 Assamese Medium – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
অধ্যায় (Chapter)অধ্যায় 8
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 8 Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 8 Assamese Medium Question Answer (Class 10 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 8 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 8 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 8 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 8 Assamese Medium Notes (Class 10 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 8 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-128

Class 10 Science Question Answer Page No 128

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি?

উত্তৰঃপ্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা-
(a) পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰা।
(b) পিতৃ-মাতৃৰ নিচিনা বৈশিষ্টৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰা।
(c) DNA প্ৰতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা অনা।


2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?

উত্তৰঃ কোনো এটা পৰিস্থিতিতন্ত্ৰত প্ৰজাতিৰ সংখ্যা বৃদ্ধি বা হ্ৰাস হ’ব পাৰে। কাৰণ, যেতিয়া পাৰিপাৰ্শিকৰ অৱস্থা যেনে- তাপৰ পৰিৱৰ্তন, পানীৰ স্তৰৰ পৰিৱৰ্তন হয় তেতিয়া এনে পৰিস্থিতিত সৃষ্টি হোৱা নতুন জীৱবোৰ আগৰবোৰতকৈ অলপ বেলেগ হয় অৰ্থাৎ প্ৰজাতিৰ ভিন্নতা আহে। প্ৰজাতিৰ ভিন্নতা নাথাকিলে এনেকুৱা পৰিস্থিতিত কিছুমান জীৱ যদিও বৰ্তি থাকে কিন্তু পিছলৈ সিহঁতেও জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। এই বৰ্তি থকা জীৱসমূহে পৰিস্থিতিৰ লগত সংগতি ৰাখি নতুন জীৱৰ উৎপত্তিত অৰিহণা যোগায়। আনহাতে একক জীৱৰ জীৱনকালত পৰিবেশ পৰিৱৰ্তনৰ বিশেষ প্ৰভাৱ নপৰে। সেইবাবে, প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-133

Class 10 Science Question Answer Page No 133

1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?

উত্তৰঃ

দ্বি-খণ্ডন বা দ্বিবিভাজনবহু বিভাজন
(i) দ্বিবিভাজনত এটা জীৱৰ পৰা দুটা নতুন জীৱৰ সৃষ্টি হয়।(i) বহু বিভাজনত এটা জীৱৰ পৰা বহুতো জীৱৰ সৃষ্টি হয়।
(ii) দ্বিবিভাজনৰ কোষকেন্দ্ৰ বিভাজিত হৈ দুটা কোষকেন্দ্ৰ সৃষ্টি কৰে আৰু প্ৰতিটো কোষেই পৃথক হোৱাৰ পিছত দুটা জীৱলৈ ৰূপান্তৰিত হয়।(ii) বহুবিভাজনৰ ক্ষেত্ৰত কোষকেন্দ্ৰটো বিভাজিত হৈ বহুসংখ্যক অপত্য কোষকেন্দ্ৰ সৃষ্টি কৰে আৰু বহুসংখ্যক অপত্য জীৱৰ সৃষ্টি হয় আৰু কৰে।

2. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?

উত্তৰঃ ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ আৰু এইবোৰে পৰৱৰ্তী কোনো উপযুক্ত আধাৰত থিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে ভিতৰৰ পদাৰ্থখিনি সজীৱ হৈ থাকে। ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ বহুলভাৱে হয়। পৰিৱেশ প্ৰতিকূলতাৰ বাবে কিছু ৰেণু নষ্ট হলেও প্ৰজাতিৰ আবাদী কম নহয়।

Class 10 Science Chapter 8 Assamese Medium Notes


3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে?

উত্তৰঃ উচ্চখাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ জন্ম দিব নোৱাৰে কাৰণ-
(a) এইবোৰ জীৱৰ প্ৰজনন প্ৰক্ৰিয়া জটিল।
(b) এই জীৱবোৰৰ বিশেষ অংগবোৰ বিশেষ বিশেষ কামৰ বাবে নিৰ্দিষ্ট।


4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্রয়োগ কৰা হয় ?

উত্তৰঃ কিছুমান উদ্ভিদৰ বংশ বিস্তাৰ আংগিক প্ৰজননেৰে হয়। কিয়নো এইবোৰ উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সক্ৰিয় নহয়। বীজৰ পৰা সৃষ্টি হোৱা উদ্ভিদ বিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি সৃষ্টি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল আৰু ফল হয়। এই পদ্ধতিৰে কল, কমলা, মাটিকঠাল আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়। সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ উৎপত্তিৰ ক্ষেত্ৰত আংগিক বিস্তাৰণ সুবিধাজনক।


5. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে DNA প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন?

উত্তৰঃ DNA বংশগতিৰ মূল বাহক। সেয়েহে জনন কোষৰ গঠনৰ সময়ত দুয়োটা অপত্য কোষতেই DNA ৰ প্ৰয়োজন হয়। DNA কোনো ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা নহয় আৰু প্ৰতিলিপিকৰণেই ইয়াৰ সৃষ্টি একমাত্ৰ উপায়। প্ৰতিলিপি গঠনৰ জৰিয়তে অপত্য জনন কোষত DNA এটাৰ নকলৰ সৃষ্টি হয়, যি প্ৰজনন ক্ৰিয়াত অংশ লয়। সেয়েহে প্ৰজননৰ ক্ষেত্ৰত DNA ৰ প্ৰলিপিকৰণ প্ৰয়োজন।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-140

Class 10 Science Question Answer Page No 140

1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনে ধৰণৰ?

উত্তৰঃ

পৰাগযোগনিষেচন
(a) পৰাগযোগ গৰ্ভমুণ্ডৰ পৃষ্ঠভাগত সংঘটিত হয়।(a) নিষেচন ডিম্বাশয়ত সংঘটিত হয়।
(b) পৰাগযোগত কোষৰ মিলন ঘটে ।(b) নিষেচনত কোষৰ মিলন নঘটে।
(c) পৰাগযোগ নিষেচন প্ৰক্ৰিয়াৰ পাছত হয়।(c) নিষেচন যোজন কোষ গঠনৰ পাছতহে হয়।

2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰঃ মানুহৰ শৰীৰত পুংজনন কোষবোৰে যেতিয়া শুক্ৰবাহী নলীৰ মাজেৰে গতি কৰে, শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ দেৰে গ্ৰন্থিবোৰ তাত কিছুমান ৰস নিঃসৰণ কৰে। ইয়াৰ ফলত পুংজনন কোষবোৰে শুক্ৰবাহী নলীত এক তৰল মাধ্যম লাভ কৰে যিয়ে সিহঁতৰ পৰিৱহণ সহজ কৰে। এই তৰলে পুংজনন কোষক পৰিপুষ্টিৰ ষোগান ধৰে।


3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায় ?

উত্তৰঃ কৈশোৰ কালত ছোৱালীৰ দেহত হোৱা পৰিৱৰ্তনবোৰ হল-
(ক) স্তনযুগলৰ আকাৰ বৃদ্ধি হয়।
(খ) খতুচক্র আৰম্ভ হয়।
(গ) কাষলতি আৰু যৌনাংগৰ কাষত চুলি গজে ।
(ঘ) মুখৰ ছাল তেলেতিয়া হয় আৰু শালমইনা উঠে।


4. মাতৃদেহত ভ্ৰণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

উত্তৰঃ গৰ্ভাৱস্থাত মাতৃদেহত ভ্ৰণটো গৰ্ভাশয়ৰ আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে । ইয়াক প্লেচেণ্টা বোলে। এই প্লেচেষ্টাটো কাহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। গৰ্ভাশয়ৰ আচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুকজ আৰু অক্সিজেন ভ্ৰণটোলৈ সৰবৰাহ হৈ থাকে। মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰণটোৱে পুষ্টি লাভ কৰে।

Class 10 Science Chapter 8 Question Answer in Assamese


5. যদি মহিলা এগৰাকি কপাৰ-টি (Copper T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰিত প্ৰতিৰোধ হ’বনে?

উত্তৰঃ যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে তেন্তে ই যৌন ৰোগ প্ৰতিৰোধী নহ’ব কিয়নো ক’পাৰ-টি গৰ্ভাশয়তহে স্থাপন কৰা হয়।


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়-
(a) এমিবাত
(b) ইষ্ট
(c) প্লাজমা’ডিয়ামৰ
(d) লেইচমেনিয়াত

উত্তৰঃ (b) ইষ্ট


2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?
(a) ডিম্বাশয়
(b) জৰায়ু
(c) শুক্ৰবাহী নলী
(d) ফেলোপিয়ান নলী

উত্তৰঃ (c) শুক্ৰবাহী নলী


3. পৰাগধানীত পোৱা হয়-
(a) বেটুপাত
(b) ডিম্বক
(c) স্ত্ৰীকেশৰ
(d) পৰাগৰেণু

উত্তৰঃ (d) পৰাগৰেণু


4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰঃ যৌন প্ৰজনন প্ৰক্ৰিয়া হৈছে- দুটা বেলেগ বেলেগ জীৱৰ DNA ৰ একত্ৰীকৰণ। এই পৰিঘটনাৰ ফলত অপত্যজীৱৰ বিভিন্নতাই দেখা দিয়াৰ সম্ভাৱনা থাকে । এই বিভিন্নতাই পৰিৱেশৰ লগত সাধাৰণতে খাপ খুৱাই জীৱক জীয়াই ৰাখে আৰু ক্ৰমবিকাশত সহায়ক হয়। এই প্ৰজননৰ ক্ষেত্ৰত প্ৰতিটো প্ৰজন্মতেই প্ৰায় বিচ্ছিন্নতা আহে। আনহাতে অযৌন প্ৰজননত যিহেতু দুটা জীৱ জড়িত নহয় সেয়েহে DNA একত্ৰীকৰণ সম্ভৱ নহয় আৰু বিভিন্নতা দেখা দিয়াৰ সম্ভাৱনা প্ৰায় নাথাকে। সেয়েহে ক্ৰমবিকাশত সহায়ক নহয়।


5. মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে?

উত্তৰঃ মানুহৰ শুক্ৰাশয়ৰ কাম – শুক্ৰাণু উৎপাদন কৰা আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হ’ৰমন ক্ষৰণ কৰা।

Class 10 Science Chapter 8 Assamese Medium Question Answer


6. ঋতুস্ৰৱ কিয় হয়?

উত্তৰঃ ডিম্বাশয়ে প্ৰত্যেক মাহতে এটাকৈ ডিম্বকোষ উৎপন্ন কৰে। ডিম্বকোষ নিযেচিত্ৰ নহ’লে ডিম্বকোষটো ভাঙি তেজ আৰু শ্লেষ্ম হিচাপে যোনি পথেদি বাহিৰ হয়। ইয়াকে ঋতুস্ৰৱ বোলে। এই প্ৰক্ৰিয়াটো চক্ৰাকাৰে প্ৰত্যেক মাহতে 2ৰ পৰা ৪ দিন পৰ্যন্ত চলি থাকে।


7. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰঃ

Class 10 Science Chapter 8 Assamese Medium - জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?

উত্তৰঃ পদ্ধতিসমূহ হ’ল-
(i) কনডমৰ ব্যৱহাৰ ।
(ii) কপাৰ-টিৰ ব্যৱহাৰ।
(iii) অস্ত্ৰোপচাৰ বা বন্ধ্যাকৰণ পদ্ধতি।
(iv) অ’ৰেল কন্ট্ৰাচেপাটিভ্।


9. এককোষা আৰু বহুকোষা জাৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন প্রজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ?

উত্তৰঃ এককোষী জীৱৰ প্ৰজনন সাধাৰণতে যৌন প্ৰজনন নহয়। এই জীৱৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াসমূহ হ’ল- দ্বিবিভাজন, বহু বিভাজন, মুকুলোদগ, পুনৰ জীৱন ইত্যাদি। বহুকোষী জীৱৰ প্ৰজননৰ প্ৰক্ৰিয়াসমূহ হ’ল- মুকুলোদ্গম, পুনৰ জীৱন, আংগিক বিস্তাৰণ আৰু ৰেণুৰ দ্বাৰা।

Class 10 Science Chapter 8 Assamese Medium Notes


10. প্ৰজনন ক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰঃ প্ৰজনন প্ৰক্ৰিয়াই জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। ই এটা প্ৰজাতি বিলুপ্ত হোৱাত বাধা দি প্ৰজাতিৰ আৱাদীৰ ভিন্নতাৰ উত্তৰণ আদি কৰি কোনো প্ৰজাতিৰ আৱাদীৰ স্থিতি ৰক্ষা কৰাত সহায় কৰে।


11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰঃ গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কাৰণ হ’ল –
(i) অনাকাংক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ ।
(ii) উদ্বেগজনকভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধ কৰিবলৈ।


Important

ঋতুস্ৰৱ কিয় হয়?

ডিম্বাশয়ে প্ৰত্যেক মাহতে এটাকৈ ডিম্বকোষ উৎপন্ন কৰে। ডিম্বকোষ নিযেচিত্ৰ নহ’লে ডিম্বকোষটো ভাঙি তেজ আৰু শ্লেষ্ম হিচাপে যোনি পথেদি বাহিৰ হয়। ইয়াকে ঋতুস্ৰৱ বোলে। এই প্ৰক্ৰিয়াটো চক্ৰাকাৰে প্ৰত্যেক মাহতে 2ৰ পৰা ৪ দিন পৰ্যন্ত চলি থাকে।

শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

মানুহৰ শৰীৰত পুংজনন কোষবোৰে যেতিয়া শুক্ৰবাহী নলীৰ মাজেৰে গতি কৰে, শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ দেৰে গ্ৰন্থিবোৰ তাত কিছুমান ৰস নিঃসৰণ কৰে। ইয়াৰ ফলত পুংজনন কোষবোৰে শুক্ৰবাহী নলীত এক তৰল মাধ্যম লাভ কৰে যিয়ে সিহঁতৰ পৰিৱহণ সহজ কৰে। এই তৰলে পুংজনন কোষক পৰিপুষ্টিৰ ষোগান ধৰে।

মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে?

যৌন প্ৰজনন প্ৰক্ৰিয়া হৈছে- দুটা বেলেগ বেলেগ জীৱৰ DNA ৰ একত্ৰীকৰণ। এই পৰিঘটনাৰ ফলত অপত্যজীৱৰ বিভিন্নতাই দেখা দিয়াৰ সম্ভাৱনা থাকে । এই বিভিন্নতাই পৰিৱেশৰ লগত সাধাৰণতে খাপ খুৱাই জীৱক জীয়াই ৰাখে আৰু ক্ৰমবিকাশত সহায়ক হয়। এই প্ৰজননৰ ক্ষেত্ৰত প্ৰতিটো প্ৰজন্মতেই প্ৰায় বিচ্ছিন্নতা আহে। আনহাতে অযৌন প্ৰজননত যিহেতু দুটা জীৱ জড়িত নহয় সেয়েহে DNA একত্ৰীকৰণ সম্ভৱ নহয় আৰু বিভিন্নতা দেখা দিয়াৰ সম্ভাৱনা প্ৰায় নাথাকে। সেয়েহে ক্ৰমবিকাশত সহায়ক নহয়।

মাতৃদেহত ভ্ৰণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

গৰ্ভাৱস্থাত মাতৃদেহত ভ্ৰণটো গৰ্ভাশয়ৰ আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে । ইয়াক প্লেচেণ্টা বোলে। এই প্লেচেষ্টাটো কাহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। গৰ্ভাশয়ৰ আচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুকজ আৰু অক্সিজেন ভ্ৰণটোলৈ সৰবৰাহ হৈ থাকে। মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰণটোৱে পুষ্টি লাভ কৰে।

প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে DNA প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন?

DNA বংশগতিৰ মূল বাহক। সেয়েহে জনন কোষৰ গঠনৰ সময়ত দুয়োটা অপত্য কোষতেই DNA ৰ প্ৰয়োজন হয়। DNA কোনো ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা নহয় আৰু প্ৰতিলিপিকৰণেই ইয়াৰ সৃষ্টি একমাত্ৰ উপায়। প্ৰতিলিপি গঠনৰ জৰিয়তে অপত্য জনন কোষত DNA এটাৰ নকলৰ সৃষ্টি হয়, যি প্ৰজনন ক্ৰিয়াত অংশ লয়। সেয়েহে প্ৰজননৰ ক্ষেত্ৰত DNA ৰ প্ৰলিপিকৰণ প্ৰয়োজন।

Chapter-wise Question Answer

Class 10 Science Chapter 8 Assamese Medium Question Answer

  • ৪.1 জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে? (DO ORGANISMS CREATE EXACT COPIES OF THEMSELVES?)
  • 8.1.1 ভিন্নতাৰ গুৰুত্ব (The Importance of Variation)
  • 8.2 এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ
  • 8.2.1 দ্বিখণ্ডন বা বিভাজন (Fission)
  • 8.2.2 বিভংগন (Fragmentation)
  • 8.2.3 পুনৰ জীৱন  (Regeneration)
  • 8.2.5 আংগিক বিস্তাৰণ (Vegetative Propagation)
  • 8.2.4 মুকুলোদ্‌গম (Budding)
  • 8.2.6 ৰেণুৰ উৎপত্তি (Spore Formation)
  • 8.3 যৌন প্ৰজনন (Sexual Reproduction)
  • 8.3.1 যৌন প্রজনন প্রক্রিয়া কি ? ( Why the Sexual Mode of Reproduction ?)
  • 8.3.2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন : (Reproduction in Flowering Plants)
  • 8.3.3 মানুহৰ প্ৰজনন (Reproduction in Human Beings)
  • 8.3.3 (a) পুংজনন তন্ত্র (Male Reproductive System)
  • 8.3.3 (b) স্ত্রীজনন তন্ত্র (Female Reproductive System)
  • 8.3.3 (c) নিষেচন নহ’লে ডিম্বকোষটোৰ কি হয় ? (What happens when the Egg is not Fertilized?)
  • 8.3.3 (d) জনন স্বাস্থ্য (Reproductive Healthy)

Class 10 Science Chapter 8 Question Answer Assamese Medium

SEBA Class 10 Science Chapter 8 Assamese Medium Notes (Class 10 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 8 Question Answer Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 8 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Science Chapter 8 Assamese Medium Question Answer (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Class 10 Question Answer) carefully.

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 8 Answer in Assamese (Class 10 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 8 Assamese Medium Notes খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 8 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Class 10 Science Chapter 8 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 8 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 8 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 8 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 8 Question Answer in Assamese

Need some help with Class 10 Science Chapter 8 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 8 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

Leave a Reply