Class 10 Science Chapter 9 MCQ – বংশগতি আৰু ক্ৰমবিকাশ

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 9 MCQ Assamese Medium (বংশগতি আৰু ক্ৰমবিকাশ MCQ) আৰু এইবোৰ SEBA Class 10 Science MCQ Chapter 9 Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 9 MCQ in Assamese অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 9 MCQ Assamese Medium (বংশগতি আৰু ক্ৰমবিকাশ MCQ) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 10 Science Chapter 9 MCQ in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 General Science Chapter 9 MCQ Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science Chapter 9 MCQ Assamese Medium

বংশগতি আৰু ক্ৰমবিকাশ

1. যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ’ল一

(a) সমসংস্থ

(b) সমবৃত্তি

(c) নিকটৱৰ্ত্তী

(d) অবশেষাংগ

Ans : (b) সমবৃত্তি

2. মানুহৰ বিকাশ হৈছিল一

(a) এচিয়াত

(b) আফ্ৰিকাত

(c) অষ্ট্ৰেলিয়াত

(d) ইউৰোপত

Ans : (b) আফ্ৰিকাত

3. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্রক্রিয়াক বোলা হয়一

(a) প্ৰজাতিকৰণ

(b) ক্রমবিকাশ

(c) বংশানুক্রম

(d) বিভিন্নতা

Ans : (a) প্ৰজাতিকৰণ

4. যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম?

(a) ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ

(b) কেৱল ওখ

(c) চাপৰ

(d) ওপৰৰ এটাও নহয়

Ans : (b) কেৱল ওখ

5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—

(a) 9:1:1:3

(b) 9:3:3:1

(c) 1:3:9:3

(d) 9:3:1:3

Ans : (b) 9:3:3:1

6. তলৰ কোনযোৰ যৌন ক্ৰম’জ’মে এটি ছোৱালী শিশুক সূচায়—

(a) XY

(b) XX

(c) YY

(d) এটাও শুদ্ধ নহয়

Ans : (b) XX

7. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ—

(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং

(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং

(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত

(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা

Ans : (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা

8. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব—

(a) F2 জনুত

(b) F1 জনুত

(c) F3 জনুত

(d) এটাও শুদ্ধ নহয়

Ans : (a) F2 জনুত

SEBA Class 10 Science Chapter 9 MCQ in Assamese

9. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় –

(a) 1:9

(b) 3:1

(c) 9:3:3:1

(d) 9:1:3:3

Ans : (b) 3:1

Also read:Class 10 Science Chapter 9 [প্ৰশ্নোত্তৰ]

10. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম —

(a) TT

(b) Tt

(c) tt

(d) tT

Ans : (c) tt

11. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়―

(a) ডাৰউইন

(b) জোহানসেন

(c) বেটিছন

(d) মেণ্ডেল

Ans : (d) মেণ্ডেল

12. বংশগতিৰ ভৌতিক আধাৰ হ’ল―

(a) কোষকেন্দ্র

(b) কোষপ্রৰস

(c) ক্রম’জ’ম

(d) এটাও শুদ্ধ নহয়

Ans : (c) ক্রম’জ’ম

13. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আগুৰংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

Ans : (c) TtWW

14. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল―

(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং

(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত

(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা

15. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে―

(a) এজন চীনা স্কুলীয়া ল’ৰা

(b) এটা চিম্পাঞ্জী

(c) এটা মকৰা

(d) এটা বেক্টেৰিয়া

Ans : (a) এজন চীনা স্কুলীয়া ল’ৰা

16. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল―

(a) সমসংস্থ

(b) সমবৃত্তিক

(c) নিকটৱৰ্তী

(d) অৱশেষাংগ

Ans : (a) সমসংস্থ

Class 10 Science MCQ

Science Question Answer

SEBA Class 10 Science Chapter 9 MCQ Assamese Medium

SEBA Class 10 Science Chapter 9 MCQ Assamese Medium (বংশগতি আৰু ক্ৰমবিকাশ MCQ) are available here. Students can practice these SEBA Class 10 General Science Chapter 9 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Science Chapter 9 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 9 MCQ (বংশগতি আৰু ক্ৰমবিকাশ MCQ) questions and answers carefully.

Class 10 Science Assamese Medium Chapter 9 MCQ 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 9 MCQ in Assamese (বংশগতি আৰু ক্ৰমবিকাশ MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 9 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 9 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Science Chapter 16 MCQ – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 16 MCQ Assamese Medium...

Class 10 Science Chapter 15 MCQ – আমাৰ পৰিবেশ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 15 MCQ Assamese Medium...

Class 10 Science Chapter 14 MCQ – শক্তিৰ উৎসসমূহ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 14 MCQ Assamese Medium...

Class 10 Science Chapter 13 MCQ – বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 13 MCQ Assamese Medium...

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!