Class 10 Science Chapter 12 MCQ Assamese Medium Question Answer
ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 12 MCQ Assamese Medium Question Answer (বিদ্যুৎ MCQ) আৰু এইবোৰ SEBA Class 10 Science MCQ Chapter 12 Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 12 MCQ in Assamese Medium Solution অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 12 MCQ Assamese Medium Online Test (বিদ্যুৎ MCQ) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 10 Science Chapter 12 MCQ in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Assamese Medium Science Chapter 12 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
বিদ্যুৎ
1. তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক—
(a) জুল
(b) কিলোৱাট
(c) কিলোৱাট/ঘণ্টা
(d) বাট
Ans : (c) কিলোৱাট/ঘণ্টা
2. এটা পদাৰ্থৰ ৰোধকতাৰ SI একক—
(a) \Omega
(b) \Omega m
(c) \Omega m^{-1}
(d) \Omega m^{-2}
Ans : (b) \Omega m
3. দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?
(a) 1:2
(b) 1:4
(c) 4:1
(d) 1: √2
Ans : (a) 1:2
4. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব ?
(a) 1.6\times10^{18}
(b) 6.25\times10^{-18}
(c) 6.25\times10^{18}
(d) 1.6\times10^{-19}
Ans : (c) 6.25\times10^{18}
5. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1kWh মানে—
(a) 36\times10^6 J
(b) 3.6\times10^6 J
(c) 3.6\times10^5 J
(d) 36\times10^4 J
Ans : (b) 3.6\times10^6 J
6. বৈদ্যুতিক আধানৰ SI একক হ’ল কি?
(a) এম্পিয়াৰ
(b) ভল্ট
(c) কুলম্ব
(d) ৱাট
Ans : (c) কুলম্ব
7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল কি?
(a) ভল্টমিটাৰ
(b) এমিটাৰ
(c) গেলভেন’মিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ
Ans : (b) এমিটাৰ
8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব—
(a) 5 C
(b) 50C
(c) 600C
(d) 300C
Ans : (c) 600C
9. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়—
(a) 1c/1v
(b) 1v/1c
(c) 1c/1s
(d) 1J/1c
Ans : (c) 1c/1s
10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়—
(a) 1c/1v
(b) 1v/1c
(c) 1c/1s
(d) 1J/1c
Ans : (d) 1J/1c
Class 10 Science Chapter 12 MCQ in Assamese Medium with Answer
11. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ’ল—
(a) এমিটাৰ
(b) ভল্টমিটাৰ
(c) গেলভেন’মিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ
Ans : (b) ভল্টমিটাৰ
12. বর্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়—
(a) সমান্তৰালভাৱে
(b) শ্রেণীবদ্ধভাৱে
(c) শ্রেণীৱদ্ধ বা সমান্তৰালভাৱে
(d) ইয়াৰ এটাও নহয়
Ans : (a) সমান্তৰালভাৱে
13. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়—
(a) সমান্তৰালভাৱে
(b) শ্রেণীবদ্ধভাৱে
(c) শ্রেণীৱদ্ধ বা সমান্তৰাল ভাৱে
(d) ইয়াৰ এটাও নহয়
Ans : (b) শ্রেণীবদ্ধভাৱে
Also Read: Class 10 Science Chapter 1 [প্ৰশ্নোত্তৰ]
14. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কাৰ্য—
(a) 1.5J
(b) 12 J
(c) 2/3 J
(d) 24 J
Ans : (d) 24 J
15. 2mA প্রবাহ ৰোৱা ৰোধক এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ 9V হ’লে, ৰোধকটোৰ ৰোধ হ’ব—
(a) 2\times10^3\Omega
(b) 4\Omega
(c) 4.8\times10^3\Omega
(d) 4.82\Omega
Ans : (c) 4.8\times10^3\Omega
16. 200 Ω ৰোধক এটাৰ মাজেৰে 3µA (মাইক্ৰ’এম্পিয়াৰ) প্ৰবাহ চালিত হ’লে, ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ হ’ব—
(a) 60V
(c) 10V
(b) 6\times10^{-7}V
(d) 6\times10^{-4}V
Ans : (d) 6\times10^{-4}V
17. 15 Ω ৰোধৰ বৈদ্যুতিক হিটাৰ এটাই 3KV বিভবভেদত কাম কৰিলে, ই কঢ়িওৱা প্রবাহ হ’ব—
(a) 200A
(b) 45A
(c) 45000A
(d) 5A
Ans : (a) 200A
Class 10 Science Chapter 12 MCQ Assamese Medium with Answer
18. বৈদ্যুতিক ৰোধৰ SI একক কি?
(a) Ω
(b) Ω m
(c) কুলম্ব
(d) এম্পিয়াৰ
Ans : (a) Ω
19. তলৰ কোনটোই 1 ওমক সূচায়—
(a) 1V/1S
(b) 1V/1A
(c) 1J/1C
(d) 1C/1S
Ans : (b) 1V/1A
20. বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ’ল-
(a) গেলভেন ‘মিটাৰ
(b) এমিটাৰ
(c) ভল্টমিটাৰ
(d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)
Ans : (d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)
21. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকটো হ’ল—
(a) পৰিবাহীৰ দৈৰ্ঘ্য
(b) পৰিবাহীৰ গ্ৰন্থচ্ছেদৰ কালি
(c) পৰিবাহীৰ উষ্ণতা
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
22. বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ’ল। বৰ্তনীৰ প্ৰবাহৰ মান—
(a) দুগুণলৈ বৃদ্ধি হ’ব
(b) পূৰ্বতকৈ \frac12 হ’ব
(c) পূৰ্বৰ প্ৰবাহৰ \frac13 গুণ হ’ব
(d) একে থাকিব
Ans : (b) পূৰ্বতকৈ \frac12 হ’ব
23. বিভৱভেদ স্থিৰে ৰাখি বৈদ্যুতিক উপাদান এটাৰ ৰোধৰ মান আধা কৰিলে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ তুলনাত হ’ব—
(a) আধা
(b) একে
(c) দুগুণ
(d) 4 গুণ
Ans : (c) দুগুণ
24. ৰোধ স্থিৰে থকা অৱস্থাত বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে, ইয়াৰ মাজেৰে চালিত প্রবাহৰ মান আগৰ মানৰ হ’ব—
(a) দুগুণ
(b) তিনিগুণ
(c) চাৰিগুণ
(d) আধা
Ans : (d) আধা
Also Read: Class 10 Science Chapter 3 [প্ৰশ্নোত্তৰ]
25. বৈদ্যুতিক প্ৰবাহৰ SI একক কি?
(a) ভল্ট
(b) বাট
(c) কুলম্ব
(d) এম্পিয়াৰ
Ans : (d) এম্পিয়াৰ
26. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ—
(a) 1.6\times10^{-19} C
(b) 1.6\times10^{-18} C
(c) 1.6\times10^{18} C
(d) 6.25\times10^{-19} C
Ans : (a) 1.6\times10^{-19} C
27. বৈদ্যুতিক তাপীয় সঁজুলিৰ কুণ্ডলী তৈয়াৰ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় ?
(a) তাম
(b) নিকেল
(c) টাংস্টেন
(d) নিক্ৰ’ম
Ans : (d) নিক্ৰ’ম
28. ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—
(a) প্ৰতিটো ৰোধকৰ মাজেৰে বোৱা প্ৰবাহৰ মান একে
(b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান
(c) বৰ্তনীৰ মুঠ ৰোধৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়
(d) বৰ্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট কমি যায়
Ans : (b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান
Class 10 Science Chapter 12 MCQ Assamese Medium Question and Answer
29. তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্রক সূচায়—
(a) P=VI
(b) V = IR
(c) H = I^2Rt
(d) P = Rt
Ans : (c) H = I^2Rt
30. বৈদ্যুতিক ফিউজে তলৰ কোনটো ক্ৰিয়াৰ আধাৰত কাম কৰে?
(a) বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া
(b) বিদ্যুৎ প্রবাহৰ পোহৰ ক্ৰিয়া
(c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া
(d) বিদ্যুৎ প্রবাহৰ যান্ত্রিক ক্রিয়া
Ans : (c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া
31. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনটো ধাতু বহুলভাবে ব্যবহৃত হয়—
(a) তাম
(b) এলুমিনিয়াম
(c) নিকেল
(d) টাংষ্টেন
Ans : (d) টাংষ্টেন
32. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—
(a) বৈদ্যুতিক প্রবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ
(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে
(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত
(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়
Ans : (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে
33. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ আধাৰত তলৰ কোনটো বৈদ্যুতিক সঁজুলিয়ে কাম নকৰে ?
(a) বৈদ্যুতিক ইস্ত্রি
(b) বৈদ্যুতিক পাংখা
(c) পাউৰুটি সেকা সঁজুলি
(d) বৈদ্যুতিক কেটলি
Ans : (b) বৈদ্যুতিক পাংখা
34. বৈদ্যুতিক ক্ষমতাৰ SI একক
(a) ওম
(b) ভল্ট
(c) ৱাট
(d) এম্পিয়াৰ
Ans : (c) ৱাট
35. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ৱাটক সূচায়—
(a) 1V x 1C
(b) 1V × 1A
(c) 1J/1C
(d) 1A x 1 J
Ans : (b) 1V × 1A
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 Science Chapter 12 MCQ Assamese Medium Question Answer
Class 10 Science Chapter 12 MCQ Assamese Medium (বিদ্যুৎ MCQ) is available here. Students can practice these SEBA Class 10 Science Chapter 12 MCQ Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Science Chapter 12 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 12 MCQ (বিদ্যুৎ MCQ) questions and answers carefully.
Class 10 Assamese Medium Science Chapter 12 MCQ
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 12 MCQ in Assamese Question Answer (বিদ্যুৎ MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 12 Assamese Medium with Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 12 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।