Class 10 Science Chapter 11 MCQ – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 11 MCQ Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ) আৰু এইবোৰ SEBA Class 10 Science MCQ Chapter 11 Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 11 MCQ in Assamese অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 11 MCQ Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 10 Science Chapter 11 MCQ in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 General Science Chapter 11 MCQ Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science Chapter 11 MCQ Assamese Medium

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

1. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল—

(a) 25 মিটাৰ

(b) 25 ছে. মি.

(c) 2.5 ছে. মি

(d) 2.5 মিটাৰ

Ans : (b) 25 ছে. মি.

2. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘৰ পৰিবৰ্তন হয়?

(a) চকুৰ মণি

(b) চিলিয়াৰী পেশী

(c) চকুৰ পতা

(d) ৰেটিন

Ans : (b) চিলিয়াৰী পেশী

3. ৰামধেনু —

(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়

(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে

(d) ওপৰৰ এটাও নহয়

Ans : (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

4. অক্ষিগোলকৰ ব্যাস হ’ল প্ৰায়—

(a) 2.1 cm

(b) 2.2 cm

(c) 2.3 cm

(d) 2.4 cm

Ans : (c) 2.3 cm

5. নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে?

(a) 10-12 ঘন্টা

(b) 6-7 ঘন্টা

(c) 2-3 ঘন্টা

(d) 4-5 ঘন্টা

Ans : (d) 4-5 ঘন্টা

6. তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে?

(a) মধুমেহ

(b) উচ্চৰক্তচাপ

(c) এজমা

(d) কেটেৰেক্ট

Ans : (d) কেটেৰেক্ট

7. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?

(a) পোহৰৰ প্ৰতিফলন

(b) পোহৰৰ প্ৰতিসৰণ

(c) পোহৰৰ বিক্ষেপন

(d) ওপৰৰ এটাও নহয়

Ans : (c) পোহৰৰ বিক্ষেপন

Also read:Class 10 Science Chapter 11 [প্ৰশ্নোত্তৰ]

8. তলৰ কোনটো পোহৰ দীঘল তৰংগ দৈৰ্ঘ্য়যুক্ত ৰঙৰ—

(a) নীলা

(b) হালধীয়া

(c) সেউজীয়া

(d) ৰঙা

Ans : (d) ৰঙা

9. মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে?

(a) উত্তল লেন্স

(b) সমতল লেন্স

(c) অৱতল লেন্স

(d) ওপৰৰ এটাও নহয

Ans : (c) অৱতল লেন্স

10. চকুৰ প্ৰতিবিম্ব কত গঠন হয় ?

(a) ৰেটিনা

(b) কর্ণিয়া

(c) নেত্রোদ

(d) ইৰিচ

Ans : (a) ৰেটিনা

11. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত—

(a) প্রতিফলন

(b) বিক্ষেপণ

(c) বিচ্ছুরণ

(d) প্ৰতিসৰণ

Ans : (d) প্ৰতিসৰণ

12. অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং—

(a) বগা

(b) নীলা

(c) ৰঙা

(d) বেঙুনীয়

Ans : (b) নীলা

13. কোন অংশৰে চকুত পোহৰ সোমায়—

(a) ৰেটিনা

(b) কর্ণিয়া

(c) নো

(d) ইৰিচ

Ans : (b) কর্ণিয়া

SEBA Class 10 Science Chapter 11 MCQ Assamese Medium

14. ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং—

(a) নীলা

(b) ৰঙা

(c) বগা

(d) ইয়াৰ এটাও নহয়

Ans : (c) বগা

15. সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) প্রতিফলন

(b) বিচ্ছুৰণ

(c) প্ৰতিসৰণ

(d) বিক্ষেপণ

Ans : (d) বিক্ষেপণ

16. চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং—

(a) নীলা

(b) বেঙুনীয়া

(c) ক’লা

(d) ৰঙা

Ans : (c) ক’লা

17. হাইপাৰমেট্ৰ’পিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন স্থান—

(a) ৰেটিনাত

(b) ৰেটিনাৰ সমুখত

(c) ৰেটিনাৰ পিছত

(d) স্ফটিকীয় লেন্‌ছত

Ans : (c) ৰেটিনাৰ পিছত

18. মায়’পিক চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান—

(a) ৰেটিনাত

(b) ৰেটিনাৰ সমুখত

(c) ৰেটিনাৰ পিছত

(d) স্ফটিকীয় লেন্‌ছত

Ans : (b) ৰেটিনাৰ সমুখত

19. ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো—

(a) মায়’পিয়া

(b) হাইপাৰমেট্ৰ’পিয়া

(c) কেটেৰেক্ট

(d) প্ৰেছবায়’পিয়া

Ans : (b) হাইপাৰমেট্ৰ’পিয়া

20. ব্যক্তি এগৰাকীৰ চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ’ল—

(a) মায়’পিয়া

(b) প্ৰেছবায়’পিয়া

(c) কেটেৰেক্ট

(d) হাইপাৰমেট্ৰ’পিয়া

Ans : (a) মায়’পিয়া

21. মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (c) বিক্ষেপণ

22. চকুৰ সৈতে জড়িত অংশবিলাকে কি ৰূপান্তৰ কৰে—

(a) পোহৰক স্নায়বিক সংকেতলৈ

(b) পোহৰক চুম্বকীয় সংকেতলৈ

(c) পোহৰক বৈদ্যুতিক সংকেতলৈ

(d) ওপৰৰ এটাও নহয়

Ans : (c) পোহৰক বৈদ্যুতিক সংকেতলৈ

23. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান—

(a) কর্ণিয়া

(c) চকুৰ মণি

(b) চকুৰ পতা

(d) অক্ষিপট

Ans : (d) অক্ষিপট

24. চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে?

(a) চকুৰ মণি

(b) ইৰিচ

(c) ৰেটিনা

(d) অক্ষিপট

Ans : (b) ইৰিচ

SEBA Class 10 Science Chapter 11 MCQ in Assamese

25. বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণক কোৱা হয়—

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (a) বিচ্ছুৰণ

26. তলৰ কোনটো টিণ্ডেল পৰিঘটনাৰ হৈতে জড়িত ?

(a) বিচ্ছুৰণ

(b) প্ৰতিসৰণ

(c) বিক্ষেপণ

(d) প্রতিফলন

Ans : (c) বিক্ষেপণ

27. মানুহৰ দুটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—

(a) 100°

(b) 180°

(c) 200°

(d) 160°

Ans : (b) 180°

28. মানুহৰ এটা চকুৰ অনুভুমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ—

(a) 100°

(b) 180°

(c) 200°

(d) 150°

Ans : (d) 150°

Class 10 Science MCQ

Science Question Answer

SEBA Class 10 Science Chapter 11 MCQ Assamese Medium

SEBA Class 10 Science Chapter 11 MCQ Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ) are available here. Students can practice these SEBA Class 10 General Science Chapter 11 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Science Chapter 11 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 11 MCQ (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ) questions and answers carefully.

Class 10 Science Assamese Medium Chapter 11 MCQ 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 11 MCQ in Assamese (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 11 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 11 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Science Chapter 16 MCQ – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 16 MCQ Assamese Medium...

Class 10 Science Chapter 15 MCQ – আমাৰ পৰিবেশ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 15 MCQ Assamese Medium...

Class 10 Science Chapter 14 MCQ – শক্তিৰ উৎসসমূহ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 14 MCQ Assamese Medium...

Class 10 Science Chapter 13 MCQ – বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 13 MCQ Assamese Medium...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!