Class 10 Science Chapter 1 MCQ Assamese Medium with Answer
ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 1 MCQ Assamese Medium with Answer (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ Question Answer) আৰু এইবোৰ Class 10 Science MCQ Chapter 1 Assamese Medium প্ৰশ্নোত্তৰ Class 10 Science Chapter 1 MCQ in Assamese অৰ্থাৎ Class 10 Science MCQ Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। Class 10 Science Chapter 1 MCQ Assamese Medium with Answer (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ Question Answer) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী MCQ Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Science Chapter 1 MCQ in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
1. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে一
(a) ছিলভাৰ
(b) জিংক
(c) গ’ল্ড
(d) মার্কিউৰি
Ans : (b) জিংক
2. Fe_2O_3+2Al\rightarrow Al_2O_3+2Fe
ওপৰৰ বিক্ৰিয়াটো হ’ল一
(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ
(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ
(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
Ans : (c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?
(a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
(b) ক্ল’ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়
(c) বিক্রিয়া নঘটে
(d) আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয়
Ans : (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়
4. কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে—
(i) মিশ্ৰণৰ উষ্ণতা বাঢ়ে
(ii) মিশ্ৰণৰ উষ্ণতা একে থাকে
(iii) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন হয়
(iv) এটা তাপগ্রাহী বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ’ল—
(a) (i), (iii)
(b) (ii), (iii)
(c) (i), (iii), (iv)
(d) কেৱল (iv)
Ans : (a) (i), (iii)
5. NaOH দ্ৰৱ এটাৰ 10 mL এ HCl দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্রব) পৰিমান হব一
(a) 4 mL
(b) 8 mL
(c) 16 mL
(d) 12 mL
Ans : (c) 16 mL
Class 10 Science Chapter 1 MCQ in Assamese with Solution
6. তলৰ কোনটো বিক্রিয়া ক’লা-বগা ফটোগ্রাফীত ব্যবহৃত হয় ?
(a) NaOH+HCl\rightarrow NaCl+H_2O
(b) BaCl_2+Na_2SO_4\rightarrow BaSO_4+2NaCl
(c) 2AgBr\rightarrow2Ag+Br_2
(d) Fe+CuSO_4\rightarrow FeSO_4+Cu
Ans : (c) 2AgBr\rightarrow2Ag+Br_2
7. বগা ছিলভাৰ ক্ল’ৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ’ব –
(a) বগা
(b) ৰঙা
(c) মটীয়া
(d) হালধীয়া
Ans : (c) মটীয়া
8. এটা জঁকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হ’ল 一
(a) শক্তিৰ সংৰক্ষণৰ সূত্ৰ
(b) স্থিৰানুপাত বিধি
(c) ভৰৰ নিত্যতা বিধি
(d) ওপৰৰ এটাও নহয়
Ans : (c) ভৰৰ নিত্যতা বিধি
9. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কাৰণ—
(a) মলি আঁতৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্ৰ’ক্সাইডৰ তৰপটো আঁতৰাবলৈ
Ans : (c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
10. ছিলভাৰৰ ক্ষয়ীভৱনৰ ফলত ছিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে ?
(a) ক’লা
(b) সেউজীয়া
(c) মুগা
(d) মটীয়া
Ans : (a) ক’লা
Class 10 Science Chapter 1 MCQ Assamese Medium Solution
Also Read: Class 10 Science Chapter 16 [প্ৰশ্নোত্তৰ]
11. কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক’লা
(b) মুগা
(c) সেউজীয়া
(d) ৰঙা
Ans : (c) সেউজীয়া
12. কপাৰ ছালফেট দ্ৰৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ一
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বিঅপসৰণ
(d) সংযোজন
Ans : (a) অপসৰণ
13. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে一
(a) অপসাৰণ
(b) বিযোজন
(c) দ্বিঅপসৰণ
(d) সংযোজন
Ans : (c) দ্বিঅপসৰণ
14. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ—
(a) তাপগ্রাহী
(b) তাপবর্জী
(c) সংযোজন
(d) অধঃক্ষেপণ
Ans : (b) তাপবর্জী
15. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা—
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO
Ans : (d) C, ZnO
বিজ্ঞান Class 10 Chapter 1 MCQ with Answer
16. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল —
(a) মেগনেছিয়াম কার্বনেট
(b) মেগনেছিয়াম নাইট্রেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্রক্সাইড
Ans : (c) মেগনেছিয়াম অক্সাইড
17. চূণশীল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-
(a) সংযোজন
(b) বিয়োজন
(c) অপসৰণ
(d) দ্বিঅপসৰণ
Ans : (b) বিয়োজন
18. লেড নাইট্ৰেটৰ তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন নহয়—
(a) PbO
(b) NO_2
(c) N_2
(d) O_2
Ans : (c) N_2
19. ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ—
(a) বিযোজন
(b) সংযোজন
(c) তাপগ্রাহী
(d) (a) আৰু (c)
Ans : (d) (a) আৰু (c)
20. NaSO_4+BaCl_2\rightarrow BaSO_4+2NaCl এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ –
(a) অপসৰণ
(b) দ্বিঅপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)
Ans : (d) (b) আৰু (c)
Class 10 Science Chapter 1 MCQ Assamese Medium with Solution
Also Read: Class 10 Science Chapter 15 [প্ৰশ্নোত্তৰ]
21. ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ মিহলি কৰিলে –
(i) ছ’ডিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হয়
(ii) এটা অপসৰণ বিক্রিয়া সংঘটিত হয়
(iii) এটা দ্বি অপসৰণ বিক্রিয়া সংঘটিত হয়
(iv) এটা অধঃক্ষেপণ বিক্রিয়া সংঘটিত হয়
শুদ্ধ বিকল্পটো হ’ল
(a) (i), (ii), (iii)
(b) (i), (ii)
(c) (i), (iii)
(d) (i), (iii), (iv)
Ans : (d) (i), (iii), (iv)
22. তলৰ কোনটো সংযোজন বিক্রিয়া নহয় ?
(a) H_2+Cl_2\rightarrow2HCl
(b) 2AgBr\rightarrow2Ag+Br_2
(c) CaO+H_2O\rightarrow Ca{\left(OH\right)}_2
(d) 4Na+O_2\rightarrow2Na_2O
Ans : (b) 2AgBr\rightarrow2Ag+Br_2
23. লেড নাইট্রেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ’ল—
(a) NO_2
(b) PbO
(c) O_2
(d) Pb
Ans : (a) NO_2
24. ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়-
(a) SO_2
(b) SO_3
(c) Fe_2O_3
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 Science Chapter 1 MCQ Assamese Medium
Class 10 Science Chapter 1 MCQ Assamese Medium with Assamese (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ Question Answer) are available here. Students can practice these Class 10 Science Chapter 1 MCQ Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the MCQ questions in this Class 10 Science Chapter 1 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the Class 10 Assamese Medium Science Chapter 1 MCQ (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ Question Answer) questions and answers carefully.
বিজ্ঞান Class 10 Chapter 1 MCQ with Answer
ওপৰত আলোচনা কৰা Class 10 Science Chapter 1 MCQ in Assamese (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ MCQ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই Class 10 Science Chapter 1 MCQ Assamese Medium with Solution খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। Class 10 Chapter 1 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।