Class 9th & 10th Join Now
Class 10 Science Chapter 6 MCQ Assamese Medium with Answer

Home » Class 10 Science Chapter 6 MCQ – জীৱন প্ৰক্ৰিয়া

Class 10 Science Chapter 6 MCQ – জীৱন প্ৰক্ৰিয়া

Class 10 Science Chapter 6 MCQ Assamese Medium with Answer

ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 6 MCQ Assamese Medium with Answer (জীৱন প্ৰক্ৰিয়া MCQ Question Answer) আৰু এইবোৰ Class 10 Science MCQ Chapter 6 Assamese Medium Solution প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 6 MCQ in Assamese অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। Class 10 Science Chapter 6 MCQ Assamese Medium with Answer (জীৱন প্ৰক্ৰিয়া MCQ Question Answer) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। জীৱন প্ৰক্ৰিয়া দশম শ্ৰেণী MCQ Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 6 MCQ Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

জীৱন প্ৰক্ৰিয়া

1. চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে—

(a) টিপচিনে

(b) পেপছিনে

(c) এমাইলেজে

(d) পিত্ত লবণে

Ans : (d) পিত্ত লবণে


2. অবাত শ্বসন সম্পন্ন হয়—

(a) মাইট’কন্দ্ৰিয়াত

(b) ক্ল’ৰ’প্লাষ্টত

(c) কোষকেন্দ্ৰত

(d) চাইট’প্লাজমত

Ans : (d) চাইট’প্লাজমত


3. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল—

(a) এমাইলেজ

(b) লাইপেজ

(c) পেপচিন

(d) ট্রিপচিন

Ans : (a) এমাইলেজ


4. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক—

(a) সালোক সংশ্লেষণ বোলে

(b) বাষ্পমোচন বোলে

(c) স্থানান্তৰ বোলে

(d) দীপ্তফচফ’ৰিলীকৰণ বোলে

Ans : (a) সালোক সংশ্লেষণ বোলে


5. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়—

(a) এমাইলেজ

(b) লাইপেজ

(c) ট্রিপচিন

(d) পেপ্‌চিন

Ans : (a) এমাইলেজ


6. অবাত শ্বসন সংঘটিত হয়—

(a) চাইট প্লাজমত

(b) প্রমস্তিষ্কত

(c) পেশী কোষত

(d)ওপৰৰ এটাও নহয

Ans : (a) চাইট প্লাজমত


7. স্পাইগ’মেনোমিটাৰ এবিধ যন্ত্ৰ, যাক মানুহৰ ________জুখিবলৈ ব্যৱহাৰ কৰা হয়

(a) ৰক্তচাপ

(b) তেজত O2 ৰ মাত্ৰা

(c) তেজত শৰ্কৰাৰ মাত্ৰা

(d) তেজত ইউৰিয়াৰ মাত্ৰা

Ans : (a) ৰক্তচাপ


8. ভিলাই ক’ত থাকে ?

(a) ক্ষুদ্রান্ত্র

(b) বৃহদান্ত্র

(c) যকৃত

(d) পাকস্থলী

Ans : (a) ক্ষুদ্রান্ত্র


9. শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে —

(a) হিমগ্লবিন

(b) অগ্নাশয়

(c) বৃহদান্ত্র

(d) ওপৰৰ এটাও নহয

Ans : (a) হিমগ্লবিন


10. মানুহৰ দেহৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন হয় —

(a) বৃহদান্ত্র

(b) ক্ষুদ্রান্ত্ৰ

(c) অগ্নাশয়

(d) ওপৰৰ এটাও নহয

Ans : (b) ক্ষুদ্রান্ত্ৰ

Class 10 Science Chapter 6 MCQ in Assamese with Answer


11. বৃক্কৰ গঠনৰ একক হ’ল —

(a) ভিলাই

(b) নেফ্রন

(c) ধমনী

(d) শিৰা

Ans : (b) নেফ্রন


12. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ —

(a) পৰিপুষ্টি

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহন

Ans : (c) ৰেচন


13. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-

(a) পানীৰ পৰিবহন

(b) খাদ্যৰ পৰিবহন

(c) এমিন’ এছিডৰ পৰিবহন

(d) অক্সিজেনৰ পৰিবহ

Ans : (a) পানীৰ পৰিবহন


14. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—

(a) কাৰ্বন ডাই অক্সাইড আৰু পানী

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


15.পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-

(a) চাইট’প্লাজমত

(b) মাইট’কন্ড্ৰিয়াত

(c) ক্ল’ৰপ্লাষ্টত

(d) কোষকেন্দ্ৰত

Ans : (b) মাইট’কন্ড্ৰিয়াত


16. পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক—

(a) আসৃতি

(b) ব্যাপন

(c) অৱশোষণ

(d) নিসৃতি

Ans : (b) ব্যাপন


17. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃদ্ধৰদ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰাৱণ হয়?

(a) 2 L

(b) 180 L

(c) 100 L

(d) 50 L

Ans : (b) 180 L


18. জাইলেম কলাৰ নলীকাবোৰক বোলা হয়—

(a) লসিকা

(b) ট্ৰেকাইড

(c) অণুচক্ৰিকা

(d) ভিলাই

Ans : (b) ট্ৰেকাইড


19. মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্টোৰ নাম—

(a) কাৰ্ব’হাইড্ৰেইট

(b) প্ৰটিন

(c) হিম’গ্ল’বিন

(d) প্লাজমা

Ans : (c) হিম’গ্ল’বিন

Class 10 Science Chapter 6 MCQ Assamese Medium Question and Answer


20. তেজৰ তৰল মাধ্য়মটোক কোৱা হয়—

(a) প্ৰটিন

(b) হিম’গ্ল’বিন

(c) প্লাজমা

(d) ৰক্তজালিকা

Ans : (c) প্লাজমা


21. হওঁফাওঁৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগবোৰ হৈছে—

(a) ৰক্তনলীক

(b) ভিলাই

(c) লসিকা

(d) বায়ুকূপ

Ans : (d) বায়ুকূপ


22. A.T.P অণুত থকা ফছফেট অণু ওলাই গলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ—

(a) 33.3 K.J / Mol

(b) 30.5 K.J / Mol

(c) 37.3 K.J / Mol

(d) 31.5 K.J / Mol

Ans : (b) 30.5 K.J / Mol


23. পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গলে পাইৰুভেত অনুৰ ভাঙোন ঘটি কি উৎপন্ন হয়?

(a) হাইড্ৰ’ক্ল’ৰিক এচিড

(b) কাৰ্বন’ডাই’অক্সাইড

(c) লেকটিক এচিড

(d) ইথানল

Ans : (c) লেকটিক এচিড


24. মলত্য়গ কাৰ্যক নিয়ন্ত্ৰণ কাৰে—

(a) স্নায়ু পেশীয়ে

(b) স্ফিনক্টাৰ পেশীয়ে

(c) অগ্নাশয়ে

(d) বৃক্কই

Ans : (b) স্ফিনক্টাৰ পেশীয়ে


25. ক্ষুদ্রান্ত্ৰৰ বেৰত থকা আঙুলী সদৃশ প্ৰবৰ্ধবোৰ হল—

(a) বায়ুকূপ

(b) ভিলাই

(c) লসিকা

(d) জাইলেম

Ans : (b) ভিলাই


26. আমাৰ পাকস্থলীত উৎপন্ন হোৱা এচিডবিধ হল—

(a) এমিন এচিড

(b) হাইড্ৰ’ক্লৰিক এচিড

(c) ছালফিউৰিক এচিড

(d) মিথানয়িক এচিড

Ans : (b) হাইড্ৰ’ক্লৰিক এচিড


27. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়—

(a) শ্বসন

(b) প্রস্বেদন

(c) পৰিপুষ্টি

(d) ৰেচন

Ans : (c) পৰিপুষ্টি


28. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল—

(a) পৰিপুষ্টি

(b) পৰিবহণ

(c) ৰেচন

(d) শ্বসন

Ans : (c) ৰেচন


29. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—

(a) শ্বসন

(b) পৰিবহণ

(c) পৰিপুষ্টি

(d) ৰেচন

Ans : (b) পৰিবহণ

Class 10 Science Chapter 6 MCQ Assamese Medium with Solution


30.জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—

(a) পৰিপুষ্টি

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহন

Ans : (c) ৰেচন


31. আমাৰ মুখ গহ্বৰত থকা গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ –

(a) লাইপেজ

(b) পেপচিন

(c) ট্রিপচিন

(d) লালটি এমাইলেজ

Ans : (d) লালটি এমাইলেজ


32. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ —

(a) পেপচিন

(b) ট্রিপচিন

(c) লালটি এমাইলেজ

(d) লাইপেজ

Ans : (a) পেপচিন


33. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত —

(a) লালটি গ্রন্থি

(b) আন্ত্রিক গ্রন্থি

(c) পাকস্থলী গ্রন্থি

(d) যকৃত

Ans : (c) পাকস্থলী গ্রন্থি


34. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রাস্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰে—

(a) লালটি

(b) পিত্তৰস

(c) আগ্নিক ৰস

(d) অগ্নাশয় ৰস

Ans : (b) পিত্তৰস


35. চৰীৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ’ল—

(a) পেপচিন

(b) লাইপেজ

(c) লালটি এমাইলেজ

(d) ট্রিপচিন

Ans : (b) লাইপেজ


36. তলৰ কোনবিধ উৎসেচক প্ৰটিন বিশ্লেষণৰ লগত জড়িত—

(a) লালটি এমাইলেজ

(b) হাইড্ৰ’ক্লৰিক এছিড

(c) লাইপেজ

(d) ট্রিপচিন

Ans : (d) ট্রিপচিন


37. প্ৰ’টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদার্থবিধ হ’ল—

(a) এমিন’ এছিড

(b) গ্লুক’জ

(c) ফেটি এছিড

(d) গ্লিচাৰ’ল

Ans : (a) এমিন’ এছিড


38. জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ —

(a) গ্লুক’জ

(b) গ্লাইক’জেন

(c) শ্বেতসাৰ

(d) মাল্টজ

Ans : (a) গ্লুক’জ


38. লালটিত থকা উৎসেচক বিধৰ নাম হ’ল —

(a) পেপচিন

(c) ৰেনিন

(b) টায়েলিন

(d) এমাইলেজ

Ans : (d) এমাইলেজ


39. উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাবিধ হ’ল—

(a) ফ্লোৱেম

(b) জাইলেম

(c) ক’লেনকাইমা

(d) স্কেলেৰেনকাইমা

Ans : (b) জাইলেম\


40. উদ্ভিদদেহত খাদ্যদ্রব্য পৰিবহণৰ লগত জড়িত কলাবিধ হ’ল—

(a) ফ্লোৱেম

(b) জাইলেম

(c) স্কেলেৰেনকাইমা

(d) কলেনকাইমা

Ans : (a) ফ্লোৱেম


Chapter-wise MCQ


Chapter-wise Question Answer


Class 10 Science Chapter 6 MCQ For Assamese Medium

SEBA Class 10 Science Chapter 6 MCQ Assamese Medium (জীৱন প্ৰক্ৰিয়া MCQ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 6 MCQ Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Science Chapter 6 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 6 MCQ (জীৱন প্ৰক্ৰিয়া MCQ Question Answer) questions and answers carefully.

Class 10 Science Assamese Medium Chapter 6 MCQ 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 6 MCQ in Assamese (জীৱন প্ৰক্ৰিয়া MCQ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 6 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 6 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

    Bedanta Bora
    October 9, 2023

    You are very essential boy

Leave a Reply