Class 10 Maths Chapter 12 MCQ Assamese Medium – বৃত্ত সম্বন্ধীয় কালি

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 12 MCQ Assamese Medium (বৃত্ত সম্বন্ধীয় কালি Class 10 MCQ Assamese Medium)। SEBA Class 10 Maths Chapter 12 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Maths Chapter 12 MCQ (বৃত্ত সম্বন্ধীয় কালি MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Maths Chapter 12 MCQ in Assamese (বৃত্ত সম্বন্ধীয় কালি MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Maths Chapter 12 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 General Maths Chapter 12 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Maths Chapter 12 MCQ Assamese Medium

1. 5 cm ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি কিমান?

(a) 30 cm

(b) 3.14 cm

(c) 31.4 cm

(d) 40 cm

(c) 31.4 cm

2. 5 cm ব্যাসাৰ্ধযুক্ত বৃত্তৰ কালি কিমান?

(a) 60 cm^2

(b) 75.5 cm^2

(c) 78.5 cm^2

(d) 10.5 cm^2

(c) 78.5 cm^2

3. r ব্যাসাৰ্ধৰ অৰ্ধবৃত্তত অংকন কৰিব পৰা আটাইতকৈ ডাঙৰ ত্ৰিভুজটোৰ কালি হল一

(a) r^2

(b) 2r^2

(c) \sqrt2r^2

(d) \frac1{2r^2}

(a) r^2

4. যদি বৃত্ত আৰু বৰ্গৰ পৰিধি সমান হয়, তেন্তে ইহঁতৰ কালিৰ অনুপাত হ’ব一

(a) 22 : 7

(b) 14 : 11

(c) 7 : 22

(d) 11 : 14

(b) 14 : 11

5. 6 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বৃত্তকলাৰ কালি কিমান, যদি বৃত্তকলাটোৰ কোণ 60^0 হয়一

(a) \frac{142}7

(b) \frac{152}7

(c) \frac{132}7

(d) \frac{122}7

(c) \frac{132}7

6. r ব্য়াসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰত কোনটোৰ ডিগ্ৰী মাপ \theta তেন্তে বৃত্তকলাটোৰ এটা চাপৰ দৈর্ঘ্য一

(a) \frac{\theta\pi r}{90}

(b) \frac{\theta\pi r}{180}

(c) \frac{\theta\pi r}{270}

(d) \frac{\theta\pi r}{360}

(b) \frac{\theta\pi r}{180}

7. r ব্য়াসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰত কোনটোৰ মাপ 1^0 , তেন্তে বৃত্তকলাটোৰ কালি一

(a) \pi r^2

(b) \frac{\pi r^2}{45}

(c) \frac{\pi r^2}{180}

(d) \frac{\pi r^2}{360}

(d) \frac{\pi r^2}{360}

SEBA Class 10 Mathematics Chapter 12 MCQ Assamese Medium

8. 6 cm বাহুবিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ’ব一

(a) 36\pi{cm^2}

(b) 18\pi{cm^2}

(c) 12\pi{cm^2}

(d) 9\pi{cm^2}

(d) 9\pi{cm^2}

9. R ব্যাসার্দ্ধ যুক্ত এটা বৃত্তৰ p (ডিগ্ৰীত) কোণৰ এটা বৃত্তকলাৰ কালি হ’ল一

(a) \frac p{180}\times2\pi R

(b) \frac p{180}\times\pi R^2

(c) \frac p{720}\times2\pi R^2

(d) \frac p{360}\times2\pi R

(d) \frac p{360}\times2\pi R

10. এটা বৃত্তৰ পৰিধি 44 cm হলে, ইয়াৰ কালি হ’ব一

(a) 276cm^2

(b) 44cm^2

(c) 176cm^2

(d) 154cm^2

(d) 154cm^2

11. যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয়, তেন্তেবৃত্তটোৰ ব্যাসাৰ্দ্ধ হ’ল—

(a) 2 একক

(b) \pi একক

(c) 7 একক

(d) 4 একক

(a) 2 একক

12. দুটা বৃত্তৰ ব্যাসাৰ্দ্ধ যথাক্রমে 19 cm আৰু 9 cm। এটা বৃত্তৰ ব্যাসাৰ্দ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান।

(a) 25 cm

(b) 26 cm

(c)27 cm

(d) 28 cm

(d) 28 cm

13. এটাবৃত্তৰ কালি হ’ল 154 cm^2 বৃত্তটোৰ ব্যাসার্ধ হ’ল 一

(a) 7 cm

(b) 14 cm

(c) 3.5 cm

(d) 17.5 cm

(a) 7 cm

14. 6 cm ব্যাসাৰ্ধৰ বৃত্ত এটাত 60° কোণৰ বৃত্তকলা এটাৰ কালি হ’ব一

(a) 9.42 cm^2

(b) 37.68 cm^2

(c) 18.84 cm^2

(d) 19.84 cm^2

(c) 18.84 cm²

15. এটা বৃত্তৰ কালি হ’ল 154 cm^2 । ইয়াৰ ব্যাস হ’ব一

(a) 11 cm

(b) 14 cm

(c) 7 cm

(d) 22 cm

(b) 14 cm

Class 10 Science MCQ

Science Question Answer

বৃত্ত সম্বন্ধীয় কালি Class 10 MCQ Assamese Medium Question Answer

SEBA Class 10 Maths Chapter 12 MCQ Assamese Medium (Chapter 12 বৃত্ত সম্বন্ধীয় কালি MCQ) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 12 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 12 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 12 MCQ (বৃত্ত সম্বন্ধীয় কালি Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 12 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 12 MCQ Question Answer (বৃত্ত সম্বন্ধীয় কালি Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 12 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 12 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Maths Chapter 10 MCQ Assamese Medium – বৃত্ত

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 10 MCQ Assamese...

Class 10 Maths Chapter 3 MCQ Assamese Medium – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 3 MCQ Assamese...

Class 10 Maths Chapter 15 MCQ Assamese Medium – সম্ভাৱিতা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 15 MCQ Assamese Medium...

Class 10 Maths Chapter 8 MCQ Assamese Medium – ত্ৰিকোণমিতিৰ পৰিচয়

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 8 MCQ Assamese Medium...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!