Class 10 Maths Chapter 7 MCQ Assamese Medium – স্থানাংক জ্যামিতি

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 7 MCQ Assamese Medium স্থানাংক জ্যামিতি MCQ। SEBA Class 10 Maths Chapter 7 Important MCQ (স্থানাংক জ্যামিতি MCQ Question Answer) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ HSLC Exam 2023 ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ SEBA Class 10 Maths Chapter 7 MCQ Assamese Medium প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Maths Chapter 7 MCQ in Assamese (স্থানাংক জ্যামিতি Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 General Maths Chapter 7 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Maths Chapter 7 MCQ Assamese Medium

1. (x, y) বিন্দুটো (7, 1 ) আৰু (3, 5) বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। তেনেহ’লে 一

(a) x + y =4

(b) x + y = 2

(c) x – y = 2

(a)-x – y = 2

(c) x – y = 2

2. (0, 0) আৰু (-8, 6) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল 一

(a) 10

(b) 8

(c) 6

(d) 2

(a) 10

3. (1, 0) আৰু (0, 1) বিন্দুৰ মাজৰ দূৰত্ব হ’ল 一

(a) 2

(b) \sqrt2

(c) 1

(d) 0

(b) \sqrt2

4. X-অক্ষৰ পৰা P(2, 3) বিন্দুটোৰ দূৰত্ব হ’ল 一

(a) 2

(b) 1

(c) 5

(d) 3

(d) 3

5. (1,0) আৰু (-1,0) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল 一

(a) 0

(b) \sqrt2

(c) 1

(d) 2

(d) 2

Also read: বংশগতি আৰু ক্ৰমবিকাশ

6. (6, 5) আৰু (2, 3) বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দ (14) হ’লে, এ ৰ মান হ’ব 一

(a)–4

(b) –12

(c) 12

(d)–6

(b) –12

7. (a,b) আৰু (-a, -b) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ’ল一

(a) 2\sqrt{a^2+b^2}

(b) 4\sqrt{a^2+b^2}

(c) 0

(d) 2 (a+b)

(a) 2\sqrt{a^2+b^2}

8. (–a, b) বিন্দুটো স্থানাংক সমতলত কোনটো চ’কত আছে?

(a) প্রথম চোকত

(b) দ্বিতীয় চোকত

(c) তৃতীয় চোকত

(d) চতুর্থ চোকত

(b) দ্বিতীয় চোকত

9. মূল বিন্দুৰপৰা b একক দূৰত্বত x অক্ষৰ ওপৰত বিন্দু এটাৰ স্থানাংক কিমান ?

(a) (a, 0)

(b) (b, 0)

(c) (0, a)

(d) (0, b)

(b) (b, 0)

10. (x+2y,2x-y) আৰু (x,y) বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক一

(a) \left(\frac{3x+2}2,\frac{x+y}2\right)

(b) (x+y,x)

(c) \left(x+y,x-y\right)

(d) \left(x^2-4y^2,x^2-y^2\right)

(b) (x+y,x)

Class 10 Maths Chapter 7 MCQ Assamese Medium

11. P(−1.5, 3), Q(6, −2) আৰু R(−3, 4) বিন্দুকেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি一

(a) 3

(b) 5

(c) 0

(d) 10

(c) 0

Also read: পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ

12. এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা (1, −1), (−4, 6) আৰু (−3, –5); ত্ৰিভুজটোৰ কালি一

(a) 12

(b) 10

(c) 0

(d) 24

(d) 24

13. যদি A(2, 3), B(4, k) আৰু C(6, −3) বিন্দুকেইটা একৰেখীয় তেন্তে k ৰ মান一

(a) 0

(b) 12

(c) 5

(d) −4

(a) 0

14. (4, – 3) আৰু (8, 5) বিন্দু সংযোগী ৰেখাখণ্ডক 3 : 1 অনুপাতত অন্তর্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক一

(a) (0, 5)

(b) (5, 4 )

(c) (7, 3)

(d) (1, – 3)

(c) (7, 3)

15. মূল বিন্দুৰ পৰা P(x, y) বিন্দুৰ দূৰত্ব কিমান ?

(a) \sqrt{x+y} একক

(b) \sqrt{x-y} একক

(c) \sqrt{x^2-y^2} একক

(d) \sqrt{x^2+y^2} একক

(d) \sqrt{x^2+y^2} একক

16. P\left(x_1,y_1\right) আৰু Q\left(x_2,y_2\right) বিন্দুসংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক কি?

(a) \left(\frac{x_1+y_1}2,\frac{x_2+y_2}2\right)

(b) \left(\frac{x_1-y_1}2,\frac{x_2-y_2}2\right)

(c) \left(\frac{x_1-x_2}2,\frac{y_1-y_2}2\right)

(d) \left(\frac{x_1+x_2}2,\frac{y_1+y_2}2\right)

(d) \left(\frac{x_1+x_2}2,\frac{y_1+y_2}2\right)

17. Y – অক্ষৰ পৰা Q(2, 3) বিন্দুটোৰ দূৰত্ব হ’ব –

(a) 3

(b) 5

(c) 2

(d) 1

(c) 2

18. (α, β) বিন্দুটোৰ মূলবিন্দুৰ পৰা দূৰত্ব হ’ব一

(a) α + β

(b) \alpha^2-\beta^2

(c) \alpha^2+\beta^2

(d) \sqrt{\alpha^2+\beta^2}

(d) \sqrt{\alpha^2+\beta^2}

19. যদি A(6, 1), B(8, 2), C(9, 4) আৰু D(p, 3) বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষ বিন্দু হয় তেনেহ’লে p ৰ মান一

(a) 14

(b) 7

(c) 0

(d) 5

(b) 7

20. বিভাজন সূত্ৰটো হল一

(a) \left(\frac{m_1x_2+m_2x_1}{m_1+m_2},\frac{m_1y_2+m_2y_1}{m_1+m_2}\right)

(b) \left(\frac{m_1x_1+m_2x_2}{m_1+m_2},\frac{m_1y_1+m_2y_2}{m_1+m_2}\right)

(c) \left(\frac{m_1x_1-m_2x_2}{m_1+m_2},\frac{m_1y_1-m_2y_2}{m_1+m_2}\right)

(d) \left(\frac{m_1x_2-m_2x_1}{m_1+m_2},\frac{m_1y_2-m_2y_1}{m_1+m_2}\right)

(a) \left(\frac{m_1x_2+m_2x_1}{m_1+m_2},\frac{m_1y_2+m_2y_1}{m_1+m_2}\right)

Maths MCQ

Science MCQ

Class 10 Mathematics Chapter 7 MCQ Assamese Medium Question

  • যিকোনো দুটা বিন্দুৰ মাজত দূৰত্ব一
    \sqrt{\left(x_2-x_1\right)^2+\left(y_2-y_1\right)^2}

  • মূলবিন্দুৰ পৰা কোনো এটা বিন্দুৰ দূৰত্ব一
    \sqrt{x^2+y^2}

  • বিভাজন সূত্ৰটো一
    \left(\frac{m_1x_2+m_2x_1}{m_1+m_2},\frac{m_1y_2+m_2y_1}{m_1+m_2}\right)

  • দুটা বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক一
    \left(\frac{x_1+x_2}2\,\frac{y_1+y_2}2\right)

স্থানাংক জ্যামিতি Class 10 MCQ Assamese Medium Question Answer

SEBA Class 10 Maths Chapter 7 MCQ Assamese Medium (Chapter 7 স্থানাংক জ্যামিতি MCQ) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 7 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 7 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 7 MCQ (স্থানাংক জ্যামিতি Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 1 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 7 MCQ Question Answer (স্থানাংক জ্যামিতি Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 7 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 7 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Maths Chapter 10 MCQ Assamese Medium – বৃত্ত

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 10 MCQ Assamese...

Class 10 Maths Chapter 3 MCQ Assamese Medium – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 3 MCQ Assamese...

Class 10 Maths Chapter 12 MCQ Assamese Medium – বৃত্ত সম্বন্ধীয় কালি

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 12 MCQ Assamese...

Class 10 Maths Chapter 15 MCQ Assamese Medium – সম্ভাৱিতা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 15 MCQ Assamese Medium...

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!