Class 9th & 10th Join Now
Class 10 Maths Chapter 5 MCQ Assamese Medium Question Answer

Home » Class 10 Maths Chapter 5 MCQ Assamese Medium – সমান্তৰ প্ৰগতি

Class 10 Maths Chapter 5 MCQ Assamese Medium – সমান্তৰ প্ৰগতি

Class 10 Maths Chapter 5 MCQ Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 5 MCQ Assamese Medium Question Answer (Class 10 সমান্তৰ প্ৰগতি MCQ)। Class 10 Maths Chapter 5 MCQ in Assamese with Solution (সমান্তৰ প্ৰগতি Class 10 MCQ) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Maths Chapter 5 MCQ Assamese Medium with Answer ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Mathematics Chapter 5 MCQ in Assamese প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 5 MCQ Assamese Medium ( Class 10 সমান্তৰ প্ৰগতি MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Assamese Medium Maths Chapter 5 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

সমান্তৰ প্ৰগতি

1. এটা সমান্তৰ প্ৰগতিৰ, যদি a=28 , d=-4 , n=7 তেন্তে a_n হব一

(a) 5

(b) 6

(c) 4

(d) 7

(c) 4


2. যদি এটা সমান্তৰ প্ৰগতিৰ a=10 আৰু d=10 ,তেন্তে প্ৰথম পদ চাৰিটা হব一

(a) 10, 30, 50, 60

(b) 10, 15, 20, 25

(c) 10, 20, 30, 40

(d) 10, 100, 1000, 10000

(c) 10, 20, 30, 40


3. এটা সমান্তৰ প্ৰগতি 3, 1, -1, -3 ৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ হল一

(a) 1 আৰু 3

(b) -1 আৰু 3

(c) 3 আৰু 2

(d) 3 আৰু -2

(d) 3 আৰু -2


4. এটা সমান্তৰ প্ৰগতি 10, 7, 4, ……. ৰ 30তম পদ আৰু সাধাৰণ অন্তৰ হল一

(a) 97 আৰু 7

(b) 77 আৰু -3

(c) -77 আৰু -3

(d) -87 আৰু -7

(c) -77 আৰু -3


5. এটা সমান্তৰ প্ৰগতি -3,-\frac12,2.......... 11 তম পদ হল一

(a) 28

(b) 22

(c) -38

(d) -48

(b) 22


6. 4. 3, 8, 13, 18,…………. সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78?

(a) 12তম

(b) 13তম

(c) 15তম

(d) 16তম

(d) 16তম


7. এটা সমান্তৰ প্ৰগতিৰ প্ৰথম দুটা পদ -3 আৰু 4 হলে 21তম পদটো কিমান ?

(a) 17

(b) 135

(c) 137

(d) 143

(c) 137


8. এটা সমান্তৰ প্ৰগতি 10, 6, 2,…….. ৰ প্ৰথম 16 টা পদৰ যোগফল

(a) -320

(b) 350

(c) -352

(d) -400

(a) -320


9. যদি P, Q, R আৰু S এটা সমান্তৰ প্ৰগতিত থাকে, তেন্তে R-Q=?

(a) S-P

(b) S-Q

(c) S-R

(d) ওপৰৰ এটাও নহয়।

(d)

Class 10 Maths Chapter 5 MCQ in Assamese Medium Question and Answer


10. এটা সমান্তৰ প্ৰগতি 7, 12, 17, 22,….ৰ (n-1)তম পদটো কিমান ?

(a) 5n + 2

(b) 5n + 3

(c) 5n – 5

(d) 5n – 3

(d)


11. -5, -10, -15,……….., -1000 সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 10তম পদটো কিমান?

(a) -995

(b) -955

(c) -965

(d) -950

(d)


12. যদি এটা সমান্তৰ প্ৰগতিৰ \left(p+q\right) তম পদটো m আৰু \left(p-q\right) তম পদটো n , তেন্তে p তম পদটো কিমান?

(a) mn

(b) \sqrt{mn}

(c) \frac12\left(m-n\right)

(d) \frac12\left(m+n\right)

(d)


13. যদি a,b,c এটা সমান্তৰ প্ৰগতিত থাকে, তেন্তে \frac{a-b}{b-c}=?

(a) 1

(b) \frac ba

(c) \frac ca

(d) \frac ac

(d)


14. যদি এটা সমান্তৰ প্ৰগতিৰ 7তম পদৰ 7গুণ 11তম পদৰ 11গুণৰ সমান, তেন্তে 18তম পদটো কিমান?

(a) 1

(b) 9

(c) 0

(d) 99

(d)


15. 7, 13, 19,………., 205 সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা কিমান?

(a) 33 টা

(b) 34 টা

(c) 45 টা

(d) 15 টা

(d)


Chapter-wise MCQ


Chapter-wise Question Answer


Class 10 Maths Chapter 5 MCQ Assamese Medium Question Answer

  • এটা সমান্তৰ প্ৰগতি কিছুমান সংখ্যাৰ এখন তালিকা যাৰ প্ৰথম পদটোক বাদ দি আন প্ৰতিটো পদেই আগৰ পদটোৰ লগত এটা সংখ্যা d যোগ কৰি পোৱা যায়। এই নির্দিষ্ট সংখ্যা d ক সাধাৰণ অন্তৰ বোলে। এটা APৰ সাধাৰণ আৰ্হি হ’লー a , a+d , a+2d , a+3d ,………

  • a_1,a_2,a_3,........ সংখ্যাবিলাকৰ তালিকাখন AP হ’ব যদিহে a_2-a_1,a_3-a_2,a_4-a_{3,}........ ৰ মান একে হয়।

  • এটা AP ৰ প্রথম পদ a আৰু সাধাৰণ অন্তৰ d হ’লে তাৰ n তম পদটো (বা সাধাৰণ পদটো) হ’ব a_n=a+\left(n-1\right)d

  • এটা APৰ n টা পদৰ যোগফলটো হ’ল S=\frac n2\left[2a+\left(n-1\right)d\right]

  • যদি এটা APৰ অন্তিম পদটো (ধৰি লোৱা n তম পদটো) l হয় তেন্তে AP টোৰ সকলো পদৰ যোগফলটো হ’ব S=\frac n2\left(a+l\right)

সমান্তৰ প্ৰগতি Class 10 MCQ Assamese Medium Question Answer

Class 10 Maths Chapter 5 MCQ Assamese Medium Question and Answer (Chapter 5 সমান্তৰ প্ৰগতি Class 10 MCQ Assamese Medium) is available here. Students can practice these SEBA Class 10 Mathematics Chapter 5 MCQ Assamese Medium with Solution, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 5 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Maths Chapter 5 MCQ (সমান্তৰ প্ৰগতি Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 5 MCQ Assamese Medium 2025-26

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 5 MCQ in Assamese Question Answer (Chapter 5 সমান্তৰ প্ৰগতি Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 5 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 5 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

    Kazim Uddin
    December 2, 2023

    Maths mcq

Leave a Reply