Class 10 Maths Chapter 4 MCQ Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 4 MCQ Assamese Medium Question Answer (Class 10 দ্বিঘাত সমীকৰণ MCQ)। Class 10 Maths Chapter 4 MCQ in Assamese with Solution (দ্বিঘাত সমীকৰণ Class 10 MCQ) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Maths Chapter 4 MCQ Assamese Medium with Answer ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Mathematics Chapter 4 MCQ in Assamese প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 4 MCQ Assamese Medium ( Class 10 দ্বিঘাত সমীকৰণ MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Assamese Medium Maths Chapter 4 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
দ্বিঘাত সমীকৰণ
1. (x+1)^2-x^2=0 সমীকৰণটোৰ কেইটা বাস্তৱ মূল আছে
(a) 2
(b) 3
(c) 4
(d) 1
2. 100x^2–20x+1=0 সমীকৰণটোৰ মূল দুটা হলー
(a) \frac1{20} আৰু \frac1{20}
(b) \frac1{10} আৰু \frac1{20}
(c) \frac1{10} আৰু \frac1{10}
(d) \frac15 আৰু \frac1{10}
3. যদি দ্বিঘাত সমীকৰণ x^2-mx-\frac54=0 ৰ এটা মূল \frac12 , তেন্তে m ৰ মান কিমান?
(a) -2
(b) 2
(c) -3
(d) 0
4. এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 ৰ কোনো বাস্তৱ মূল নাথাকে, যদিー
(a) b^2-4ac>0
(b) b^2-4ac<0
(c) b^2-4ac=0
(d) b^2-2ac>0
5. তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হবー
(a) 2x^2+3x+3=0
(b) \sqrt2x^2-\frac3{\sqrt2}x+1=0
(c) -x^2+3x-3=0
(d) 3x^2-3x+3=0
Also Read: Class 10 Science Chapter 4 [প্ৰশ্নোত্তৰ]
6. দ্বিঘাত সমীকৰণ 2x^2–\sqrt5x+1=0 ৰー
(a) দুটা বাস্তৱ মূল আছে
(b) দুটা সমান বাস্তৱ মূল আছে
(c) কোনো বাস্তৱ মূল নাই
(d) দুটাতকৈ বাস্তৱ মূল আছে
7. যদি b^2-4ac\geq0 , তেন্তে ax^2+bx+c=0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাー
(a) \frac{b\pm\sqrt{2b^2-4ac}}{4a}
(b) \frac{-b\pm\sqrt{b^2-4ac}}{4a}
(c) \frac{-b\pm\sqrt{b^2-4ac}}{2a}
(d) \frac{b\pm\sqrt{b^2+4ac}}{2a}
Class 10 Maths Chapter 4 MCQ Assamese Medium Question Answer
8. দ্বিঘাত সমীকৰণ এটাৰ সৰ্বোচ্চ কিমানটা মূলৰ থাকিব পাৰেー
(a) 4
(b) 10
(c) 1
(d) 2
9. তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয়ー
(a) x^2-\sqrt3x=0
(b) 7x^2-\frac12x+\sqrt5=0
(c) 2x^2-x^3+1=0
(d) x^2-1=0
10. তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল দুটা 1 আৰু -\frac12
(a) 2x^2+x-1=0
(b) 2x^2-x-1=0
(c) 2x^2+x+1=0
(d) 2x^2-x+1=0
11. যদি দ্বিঘাত সমীকৰণ 2x^2+kx+3=0 ৰ মূল দুটা সমান, তেন্তে k ৰ মান কিমান?
(a) \pm\sqrt6
(b) \pm4
(c) \pm3\sqrt2
(d) \pm2\sqrt6
12. যদি px^2+qx+2=0 দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয়, তেন্তে p মান কিমান ?
(a) 0
(b) -2
(c) 1
(d) 2
Also Read: Class 10 Science Chapter 5 [প্ৰশ্নোত্তৰ]
13. যদি দ্বিঘাত সমীকৰণ \left(b-c\right)x^2+\left(c-a\right)x+\left(a-b\right)=0 ৰ মূল দুটা সমান, তেন্তেー
(a) 2a=b+c
(b) 2c=a+b
(c) b=a+c
(d) 2b=a+c
14. দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল 313, তেন্তে সংখ্যা দুটা কি কি?
(a) 12, 13
(b) 13, 14
(c) 11, 12
(d) 14, 15
15. এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 ৰ মূল দুটা সমান, যদিー
(a) b^2-4ac>0
(b) b^2-4ac<0
(c) b^2-4ac=0
(d) b^2-2ac>0
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 Maths Chapter 4 MCQ Assamese Medium Question and Answer
- x চলকত এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 আৰ্হিৰ, য’ত a,b,c বোৰ বাস্তৱ সংখ্যা আৰু a\ne0 ।
- ax^2+bx+c=0 দ্বিঘাত সমীকৰণৰー (i) দুটা স্পষ্ট বাস্তৱ মূল আছে, যদি
b^2-4ac>0
- (ii) দুটা সমান বাস্তৱ মূল আছে, যদি
b^2-4ac=0
- (iii) কোনো বাস্তৱ মূল নাই, যদি
b^2-4ac<0
- দ্বিঘাত সূত্র: ax^2+bx+c=0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা এইদৰে দিয়া হয়—
\frac{-b\pm\sqrt{b^2-4ac}}{2a} , এই চৰ্তত যে
b^2-4ac\geq0
দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium Question Answer
Class 10 Maths Chapter 4 MCQ Assamese Medium with Solution (Class 10 দ্বিঘাত সমীকৰণ MCQ) is available here. Students can practice these SEBA Class 10 Mathematics Chapter 4 MCQ Assamese Medium, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 4 MCQ in Assamese with Solution are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Maths Chapter 4 MCQ (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Maths Chapter 4 MCQ Assamese Medium 2025-26
ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 4 MCQ in Assamese Question Answer (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 4 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 4 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Please all mcq
Thanks
Please sir all MCQ