Class 10 Maths Chapter 3 MCQ Assamese Medium – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 3 MCQ Assamese Medium (Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ)। SEBA Class 10 Maths Chapter 3 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Maths Chapter 3 MCQ (Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Maths Chapter 3 MCQ in Assamese (দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Maths Chapter 3 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 General Maths Chapter 3 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

SEBA Class 10 Maths Chapter 3 MCQ Assamese Medium

1. তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰাঃ

(i) 3x+2y=5 ; 2x+3y=5

(ii) 2x-3y=7 ; 2x-3y=8

শুদ্ধ বিকল্পটো বাছি উলিওৱা-

(a) (i) আৰু (ii) ৰ যোৰকেইটা সংগত।

(b) (i) আৰু (ii) ৰ যোৰকেইটা অসংগত।

(c) (i) ৰ যোৰকেইটা সংগত, কিন্তু (ii) ৰ যোৰকেইটা অসংগত।

(d) (i) ৰ যোৰকেইটা অসংগত, কিন্তু (ii) ৰ যোৰকেইটা সংগত।

(c) (i) ৰ যোৰকেইটা সংগত, কিন্তু (ii) ৰ যোৰকেইটা অসংগত।

2. তলৰ ৰৈখিক সমীকৰণৰ যোৰকেইটা বিবেচনা কৰাঃ

(i) 2x-3y=8 ; 4x-6y=9

(ii) 2x+3y-9=0 ; 4x+6y-18=0

(a) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অদ্বিতীয় সমাধান আছে।

(b) (i) যোৰটোৰ অসীম সংখ্যক সমাধান আছে, কিন্তু (ii) যোৰটোৰ সমাধান নাই।

(c) (i) আৰু (ii) দুয়োটা যোৰৰেই সমাধান নাই।

(d) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অসীম সংখ্যক সমাধান আছে।

(d) (i) যোৰটোৰ সমাধান নাই, কিন্তু (ii) যোৰটোৰ অসীম সংখ্যক সমাধান আছে।

3. kx+2y=5 আৰু 3x+y=1 ৰৈখিক সমীকৰণযোৰৰ একক সমাধান থাকিব যদিহে –

(a) k=0

(b) k\neq6

(c) k=2

(c) k=3

(b) k\neq6

4. ax-y-2=0 আৰু 6x-2y-3=0  সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে চৰ্তটো কি হব?

(a) a=3

(b) a\neq3

(c) a\neq0

(d) a=0

(b) a\neq3

5. x-y=2 আৰু x+y=4 সমীকৰণৰ সমাধান হ’ল-

(a) 4 আৰু 1

(b) -1 আৰু -3

(c) 5 আৰু 1

(d) 3 আৰু 1

(d) 3 আৰু 1

Also read: মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

6. 3x – 5y = 7 আৰু – 6x + 10y = 7 সমীকৰণ যোৰৰ-

(a) এটা অদ্বিতীয় সমাধান

(b) অসীম সংখ্যক সমাধান

(c) কোনো সমাধান নাই

(d) দুটা সমাধান আছে

(c) কোনো সমাধান নাই

7. a_1x+b_1y+c_1=0 আৰু a_2x+b_2y+c_2=0 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে চৰ্তটো কি হব?

(a) a_1b_2=a_2b_1

(b) a_2b_1\neq a_1b_2

(c) a_1c_2\neq a_2c_1

(d) b_1c_2-b_2c_1

(b) a_2b_1\neq a_1b_2

Class 10 Maths Chapter 3 MCQ Assamese Medium Question

8. দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্রদর্শনটো হ’ল এটা-

(a) সৰলৰেখা

(b) বৃত্ত

(c) অধিবৃত্ত

(d) এটাও নহয়।

(a) সৰলৰেখা

9. a_1x+b_1y+c_1=0 আৰু a_2x+b_2y+c_2=0 সমীকৰণৰ ৰেখা দুডাল মিলি যোৱা ৰেখা হব যদি –

(a) \frac{a_1}{a_2}\neq\frac{b_1}{b_2}

(b) \frac{a_1}{a_2}=\frac{b_1}{b_2}\neq\frac{c_1}{c_2}

(c) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2}

(d) এটাও নহয়।

(c) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2}

10. তলৰ কোনযোৰ সমীকৰণৰ অদ্বিতীয় সমাধান আছে?

(a) 2x-3y=8;4x-6y=9

(b) 3x+2y=5 ;2x-3y=7

(c) x+2y=3;2x+4y=6;2x+4y=6

(d) 2x-y=1;x-\frac12y=2

(b) 3x+2y=5 ;2x-3y=7

11. যদি 2x+2ky=2  আৰু 2x+5y+1=0  ৰ ৰেখা দুডাল পাৰস্পৰ সমান্তৰাল হয়, তেন্তে k  ৰ মান –

(a) \frac{-5}4

(b) \frac{5}2

(c) \frac{3}2

(d) \frac{15}4

(b) \frac{5}2

12. 2kx+5y=7 আৰু 6x-5y=11k সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে, k  ৰ মান হব –

(a) k\neq5

(b) k\neq-5

(c) k\neq3

(d) k\neq-3

(d) k\neq-3

13. 4x+py+8=0 আৰু 2x+2y+2=0 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিলে, p  ৰ মান হব –

(a) p\neq4

(b) p\neq5

(c) p\neq-4

(d) p\neq-3

(a) p\neq4

Also read: বিদ্যুৎ

14. a_1x+b_1y+c_1=0 আৰু a_2x+b_2y+c_2=0 সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিলে চৰ্তটো কি হব?

(a) \frac{a_1}{a_2}\neq\frac{b_1}{b_2}

(b) \frac{a_1}{a_2}=\frac{b_1}{b_2}\neq\frac{c_1}{c_2}

(c) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2}

(d) এটাও নহয়।

(c) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2}

15. a_1x+b_1y+c_1=0 আৰু a_2x+b_2y+c_2=0 সমীকৰণযোৰৰ কোনো সমাধান নাথাকিলে চৰ্তটো কি হব?

(a) \frac{a_1}{a_2}\neq\frac{b_1}{b_2}

(b) \frac{a_1}{a_2}=\frac{b_1}{b_2}\neq\frac{c_1}{c_2}

(c) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2}

(d) এটাও নহয়।

(b) \frac{a_1}{a_2}=\frac{b_1}{b_2}\neq\frac{c_1}{c_2}

Maths MCQ

Science MCQ

Class 10 Maths Chapter 3 MCQ Question Assamese Medium (Summary)

  • একে দুটা চলকত দুটা ৰৈখিক সমীকৰণক দুটা চলকত এটা ৰৈখিক সমীকৰণৰ যোৰ বোলে। এটা ৰৈখিক সমীকৰণযোৰৰ সাধাৰণ আৰ্হি হ’ল :

    a_1x+b_1y+c_1=0

    a_2x+b_2y+c_2=0

    যত a_1,a_2,b_1,b_2,c_1,c_2 বোৰ বাস্তব সংখ্যা যাতে, a_1^2+b_1^2\neq0,a_2^2+b_2^2\neq0

  • দুটা চলত ৰৈখিক সমীকৰণ যোৰ এটাক প্ৰদৰ্শন আৰু সমাধা কৰিব পাৰি —
    (i) লৈখিক পদ্ধতিৰে
    (ii) বীজীয় পদ্ধতিৰে

  • লৈখিক পদ্ধতি: দুটা চলকত এষোৰ ৰৈখিক সমীকৰণৰ লেখক দুটা সৰলৰেখাৰে প্ৰদৰ্শন কৰা হয় ।
    (i) যদি ৰেখা দুটাই এটা বিন্দুও কাটে, তেতিয়া সেই বিন্দুটোৱে সমীকৰণ দুটাৰ অদ্বিতীয় সমাধানটো দিব। এই ক্ষেত্ৰত সমীকৰণ যোৰটো সংগত।
    (ii) যদি ৰেখা দুটা মিলি যায়, তেতিয়া অসীম সংখ্যক সমাধান থাকিব – ৰেখাটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে এটা সমাধান হ’ব। এই ক্ষেত্ৰত সমীকৰণ যোৰটো পৰতন্ত্ৰ (সংগত)।
    (iii) যদি ৰেখা দুটা সমান্তৰাল, তেতিয়া সমীকৰণ যোৰৰ কোনো সমাধান নাই। এই ক্ষেত্ৰত সমীকৰণবোৰ অসংগ।

  • 4. বীজীর পদ্ধতি : ৰৈখিক সমীকৰণৰ যোৰ এটাৰ সমাধান নিৰ্ণয়ৰ ক্ষেত্ৰত আমি তলৰ পদ্ধতিকেইটা আলোচনা কৰিছো।
    (i) প্রতিষ্ঠাপন পদ্ধতি।
    (ii) অপনয়ন পদ্ধতি।
    (iii) তির্যক পদ্ধতি।

  • ৰৈখিক সমীকৰণৰ যোৰ এটাক যদি এইদৰে লিখা হয় a_1x+b_1y+c_1=0 আৰু a_2x+b_2y+c_2=0 , তেতিয়া তলৰ অৱস্থাকেইটা দেখা দিব পাৰে:
    (i) \frac{a_1}{a_2}\neq\frac{b_1}{b_2} ; এই ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ যোৰটো সংগত।

    (ii) \frac{a_1}{a_2}=\frac{b_1}{b_2}\neq\frac{c_1}{c_2} ; এই ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ যোৰটো অসংগত।

    (iii) \frac{a_1}{a_2}=\frac{b_1}{b_2}=\frac{c_1}{c_2} ; এই ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ যোৰটো সংগত।

দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ Assamese Medium Question Answer

SEBA Class 10 Maths Chapter 3 MCQ Assamese Medium (Chapter 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 3 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 3 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 3 MCQ (দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 3 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 3 MCQ Question Answer (দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 3 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 3 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Maths Chapter 10 MCQ Assamese Medium – বৃত্ত

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 10 MCQ Assamese...

Class 10 Maths Chapter 12 MCQ Assamese Medium – বৃত্ত সম্বন্ধীয় কালি

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 12 MCQ Assamese...

Class 10 Maths Chapter 15 MCQ Assamese Medium – সম্ভাৱিতা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 15 MCQ Assamese Medium...

Class 10 Maths Chapter 8 MCQ Assamese Medium – ত্ৰিকোণমিতিৰ পৰিচয়

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 8 MCQ Assamese Medium...

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!