Class 9th & 10th Join Now
Class 10 Maths Chapter 2 MCQ Assamese Medium Question Answer

Home » Class 10 Maths Chapter 2 MCQ Assamese Medium – বহুপদ

Class 10 Maths Chapter 2 MCQ Assamese Medium – বহুপদ

Class 10 Maths Chapter 2 MCQ Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 2 MCQ Assamese Medium Question Answer (Class 10 বহুপদ MCQ)। Class 10 Maths Chapter 2 MCQ in Assamese with Solution (বহুপদ Class 10 MCQ) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Maths Chapter 2 MCQ Assamese Medium with Answer ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Mathematics Chapter 2 MCQ in Assamese প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 2 MCQ Assamese Medium ( Class 10 বহুপদ MCQ ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Assamese Medium Maths Chapter 2 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

বহুপদ

1. তলৰ কোনটো এটা বহুপদ ?

(a) \frac1{x^2+2x+19}

(b) x^2+2x+19

(c) \frac1{x+19}

(d) \sqrt x+19

(b) x^2+2x+19


2. 3x^2+11x-2 ৰ শূণ্য দুটাৰ পূৰণফল

(a) \frac23

(b) -\frac23

(c) -\frac{11}3

(d) \frac{11}3

(b) -\frac23


3. x^2-15 ৰ শূণ্য দুটাৰ পূৰণফল

(a) 15

(b) -15

(c) \sqrt{15}

(d) -\sqrt{15}

(b) -15


4. 4u^2+8u ৰ শূণ্য দুটাৰ পূৰণফল

(a) 4

(b) 8

(c) 32

(d) 0

(d) 0


5. P\left(x\right)=3x^3-5x^2-11x-3 ত্ৰিঘাত বহুপদটোৰ শূণ্যবোৰৰ যোগফল হব

(a) 5

(b) 11

(c) \frac35

(d) \frac53

(d) \frac53


6. যদি y=f\left(x\right) বহু ৰাশিটোৰ লেখডাল X-অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে f\left(x\right) ৰ শূণ্যৰ সংখ্যা হব

(a) 0

(b) 3

(c) 2

(d) 1

(c) 2


7. P\left(x\right)=ax^2-3\left(a-1\right)x-1 বহুপদ ৰাশিটোৰ এটা শূণ্য 1 হলে, a ৰ মান হব

(a) -1

(b) 1

(c) 2

(d) -2

(b) 1


8. যদি x^3+1 সংখ্যাটো x^2+4 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ’ল

(a) 0

(b) 2

(c) 1

(d) 3

(c) 1

Class 10 Maths Chapter 2 MCQ Assamese Medium with Answer


9. এটা দ্বিঘাত বহুপদ শূণ্যৰ সংখ্যা হ’ল –

(a) 0

(b) 1

(c) 2

(d) 3

(c) 2


10. এটা ত্রিঘাত বহুপদ শূণ্যৰ সংখ্যা হ’ল –

(a) 0

(b) 1

(c) 2

(d) 3

(d) 3


11. যদি x^4+3x^2+7 সংখ্যাটো 2x+3 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ’ল –

(a) 4

(b) 3

(c) 2

(d) 0

(b) 3


12. এটা ৰৈখিক বহুপদ শূণ্যৰ সংখ্যা হ’ল—

(a) 0

(b) 2

(c) 1

(d) 3

(c) 1


13. যদি দ্বিঘাত বহুপদ x^2+3x+b ৰ এটা শূণ্য 2 হয় তেন্তে, b ৰ মান হ’ব –

(a) 10

(b) 6

(c) -6

(d) -10

(d) -10


14. এটা দ্বিঘাত বহুপদ যাৰ শূণ্য দুটা হ’ল -3 আৰু 4, বহুপদটো হ’ল –

(a) x^2+x+12

(b) x^2-x+12

(c) \frac{x^2}2-\frac x2-6

(d) 2x^2+2x+12

(c) \frac{x^2}2-\frac x2-6

Class 10 Maths Chapter 2 MCQ in Assamese with Solution


15. x^2+\left(a+1\right)x+b দ্বিঘাত বহুপদটোৰ শূণ্য দুটা 2 আৰু -3 হলে –

(a) a = -7, b = -1

(b) a = 5, b = -1

(c) a = 2, b = -6

(d) a = 0, b = -6

(d) a = 0, b = -6


16. যদি দ্বিঘাত বহুপদ x^2+x+k ৰ এটা শূণ্য 1 হয় তেন্তে, k ৰ মান হ’ব –

(a) 4

(b) 2

(c) -2

(d) 1

(c) -2


Chapter-wise MCQ


Chapter-wise Question Answer


Class 10 Maths Chapter 2 MCQ Assamese Medium Questions

  • 1, 2 আৰু 3 মাত্ৰাৰ বহুপদবোৰক যথাক্রমে ৰৈখিক, দ্বিঘাত আৰু ত্রিঘাত বহুপদ বোলে।
  • বাস্তৱ সহগ, অত দ্বিঘাত এটা বহুপদ ax^2+bx+c আৰ্হিৰ, য’ত a, b আৰু c বোৰ বাস্তব সংখ্যা আৰু a\neq0
  • এটা বহুপদ p(x) ৰ শূন্যকেইটা সঠিকভাৱে y = p(x) ৰ লেখটোৱে x-অক্ষক কটা বিন্দুবোৰৰ x-স্থানাংক।
  • এটা দ্বিঘাত বহুপদৰ শূন্য খুব বেছি 2টা থাকিব পাৰে আৰু এটা ত্রিঘাত বহুপদৰ শূন্য খুব বেছি 3 টা থাকিব পাৰে।
  • যদি \alpha আৰু \beta দ্বিঘাত বহুপদ ax^2+bx+c ৰ শূন্য, তেন্তে \alpha+\beta=-\frac ba , \alpha\beta=\frac ca
  • যদি \alpha , \beta , \gamma ত্রিঘাত বহুপদ ax^3+bx^2+cx+d ৰ শূন্য তেন্তে \alpha+\beta+\gamma=-\frac ba , \alpha\beta+\beta\gamma+\gamma\alpha=\frac ca , \alpha\beta\gamma=\frac{-d}a

বহুপদ Class 10 MCQ Assamese Medium Question Answer

Class 10 Maths Chapter 2 MCQ Assamese Medium with Solution (বহুপদ Class 10 MCQ Assamese Medium) is available here. Students can practice these SEBA Class 10 Maths Chapter 2 MCQ Assamese Medium, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 2 MCQ in Assamese Question and Answer are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Maths Chapter 2 MCQ (বহুপদ Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 2 MCQ Assamese Medium with Answer 2025-26

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 2 MCQ Question Answer (Chapter 2 বহুপদ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 2 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 2 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

    Tulyladeep boruah
    June 14, 2024

    Yes

    Samiya tamanna
    February 17, 2025

    Nice 👍

    Samiya tamanna
    February 17, 2025

    Nice 👍

    Samiya tamanna
    February 17, 2025

    Nice 👍

Leave a Reply