Class 10 Maths Chapter 10 MCQ Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 10 MCQ Assamese Medium Question Answer (Class 10 বৃত্ত MCQ)। Class 10 Maths Chapter 10 MCQ in Assamese with Solution (বৃত্ত Class 10 MCQ) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Maths Chapter 10 MCQ Assamese Medium with Answer ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Mathematics Chapter 10 MCQ in Assamese প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 10 MCQ Assamese Medium ( Class 10 বৃত্ত MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Assamese Medium Maths Chapter 10 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
বৃত্ত
1. এটা বৃত্তৰ বৰ বেছি কিমান ডাল সমান্তৰাল স্পর্শক থাকিব পাৰে?
(a) 1 ডাল
(b) 2 ডাল
(c) 3 ডাল
(d) অসীম
2. এটা বৃত্তৰ স্পৰ্শক সংখ্যা—
(a) 1 ডাল
(b) 2 ডাল
(c) 3 ডাল
(d) অসীম
3. স্পৰ্শক এটাই বৃত্তটোক কিমানটা বিন্দুত ছেদ কৰে?
(a) 1 টা
(b) 2 টা
(c) 3 টা
(d) অসীম
4. এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক কি বোলা হয়?
(a) স্পৰ্শক
(b) ছেদক
(c) ব্য়াসাৰ্ধ
(d) জ্য়া
5. এটা বিন্দু Q ৰপৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24cm আৰু কেন্দ্ৰৰপৰা Q ৰ দূৰত্ব 25cm বৃত্তটোৰ ব্য়াসাৰ্ধ হ’ল—
(a) 7cm
(b) 12cm
(c) 15cm
(d) 24cm
Class 10 Maths Chapter 10 MCQ Question Answers PDF
6. যদি O কেন্দ্ৰ যুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পর্শক, যাতে \angle POQ=110^0 তেন্তে \angle PTQ
(a) 60^0
(b) 70^0
(c) 80^0
(d) 90^0
7. যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পর্শকেইডালে পৰম্পৰ 80^0 কোণত হালি থাকে, তেন্তে \angle POA
(a) 50^0
(b) 60^0
(c) 70^0
(d) 80^0
Also Read: Class 10 Science Chapter 10 [প্ৰশ্নোত্তৰ]
8. বহিঃ বিন্দুৰ পৰা বৃত্ত এটালৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ’ব—
(a) 1 টা
(b) 2 টা
(c) 3 টা
(d) অসীম
9. বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা হ’ল—
(a) 0 টা
(b) 1 টা
(c) 2 টা
(d) অসীম
10. 4cm ব্যাসাৰ্ধৰ বৃত্তৰ দুটা সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব হ’ল—
(a) 16cm
(b) 10cm
(c) 8cm
(d) 4cm
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 বৃত্ত MCQ Question Answer
Class 10 Maths Chapter 10 MCQ Assamese Medium with Solution (Chapter 10 বৃত্ত Class 10 MCQ) is available here. Students can practice these SEBA Class 10 Mathematics Chapter 10 MCQ Assamese Medium, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 10 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Maths Chapter 10 MCQ (বৃত্ত Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Maths Chapter 10 MCQ Assamese Medium 2025-26
ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 10 in Assamese MCQ Question Answer (বৃত্ত Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 বৃত্ত MCQ Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 10 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Very good
Hey people!!!!!
Good mood and good luck to everyone!!!!!
Hey people!!!!!
Good mood and good luck to everyone!!!!!