Class 9th & 10th Join Now
Class 10 Maths Chapter 1 MCQ Assamese Medium Question Answer

Home » Class 10 Maths Chapter 1 MCQ in Assamese – বাস্তৱ সংখ্যা

Class 10 Maths Chapter 1 MCQ in Assamese – বাস্তৱ সংখ্যা

Class 10 Maths Chapter 1 MCQ in Assamese Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 1 MCQ Assamese Medium Question Answer (Class 10 বাস্তৱ সংখ্যা MCQ)। Class 10 Maths Chapter 1 MCQ in Assamese with Solution (বাস্তৱ সংখ্যা Class 10 MCQ) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Maths Chapter 1 MCQ Assamese Medium with Answer ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Mathematics Chapter 1 MCQ in Assamese প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 1 MCQ Assamese Medium ( Class 10 বাস্তৱ সংখ্যা MCQ) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Assamese Medium Maths Chapter 1 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

বাস্তৱ সংখ্যা

1. 135 আৰু 225 অৰ গঃ সাঃ উঃ হ’ল一

(a) 30375

(b) 945

(c) 45

(d) 15

(c) 45



2. এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘন্টা একেলগে বাজিলে, তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ?

(a) 30 ছেকেণ্ড

(c) 90 ছেকেণ্ড

(b) 60 ছেকেণ্ড

(d) 180 ছেকেণ্ড

(d) 180 ছেকেণ্ড



3. তলৰ কোনটো নিৰবধি পৌনঃপনিক দশমিক?

(a) \frac38

(b) \frac7{80}

(c) \frac{64}{455}

(d) \frac{124}{625}

(c) \frac{64}{455}



4.পৰিমেয় সংখ্যা \frac{14588}{625} ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হব?

(a) 2

(b) 3

(c) 4

(d) 5

(c) 4



5. তলৰ কোনটো পৰিমেয় সংখ্যা?

(a) \frac{\sqrt3}{\sqrt2}

(b) \frac{\sqrt2}\pi

(c) \frac{\sqrt5}{\sqrt6}

(d) \frac{\sqrt{27}}{\sqrt3}

(d) \frac{\sqrt{27}}{\sqrt3}



6. আটাইতকৈ সৰু যিটো সংখ্যাৰে \sqrt{27} ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ’ল一

(a) \sqrt{27}

(b) 3\sqrt3

(c) \sqrt3

(d) 3

(c) \sqrt3



7. \frac{43}{2^4\times5^3} পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা一

(a) 3

(b) 5

(c) 4

(d) 1

(c) 4



8. তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবধিপৌনঃপুনিক নহয় ?

(a) \sqrt3

(b) \pi

(c) \sqrt5

(d) \frac{13}{125}

(d) \frac{13}{125}

Class 10 Maths Chapter 1 MCQ in Assamese with Answer


9. শুদ্ধ উত্তৰটো বাছি উলিওৱা : \sqrt7 এটা一

(a) অখণ্ড সংখ্যা

(b) পৰিমেয় সংখ্যা

(c) মৌলিক সংখ্যা

(d) অপৰিমেয় সংখ্যা

(d) অপৰিমেয় সংখ্যা


10. ইউক্লিডৰ বিভাজন প্রমেয়িকা যাতে দুটা ধনাত্মক অখণ্ড সংখ্যা ‘a’ আৰু ‘b’, দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা ‘q’ আৰু ‘r’ থাকিব যাতে一

(a) a=bq+r,0<r<b

(b) a=bq+r,0\leq r<b

(c) a=bq+r,0\leq r\leq b

(d) a=bq+r,0<r\leq b

(b) a=bq+r,0\leq r<b


11. তলৰ কোনটো পৰিমেয় সংখ্যা?

(a) \left(2-\sqrt3\right)2

(b) \left(\sqrt2+\sqrt3\right)2

(c) \left(\sqrt2+\sqrt3\right)\left(\sqrt2-\sqrt3\right)

(d) \frac{2\sqrt7}7

(c) \left(\sqrt2+\sqrt3\right)\left(\sqrt2-\sqrt3\right)


12. পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায়一

(a) অপৰিমেয়

(b) পৰিমেয়

(c) (a) অপৰিমেয় আৰু (b) পৰিমেয়

(d) ওপৰৰ এটাও নহয়

(a) অপৰিমেয়


13. যদি গঃ সাঃ উঃ(16, y)=8 আৰু লঃ সাঃ গুঃ(16, y)=48, তেন্তে y ৰ মান হব一

(a) 48

(b) 32

(c) 24

(d) 8

(c) 24


14. এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ’ল—

(a) 2m + 1

(b) 2m

(c) m + 1

(d) m

(b) 2m


15. এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ’ল一

(a) 2m + 1

(b) 2m

(c) m + 1

(d) m

(a) 2m + 1


16. 96 ক দুটা মৌলিক সংখ্যাৰ পূৰ্ণফল হিচাপে প্ৰকাশ কৰা一

(a) 2^4\times3

(b) 2^5\times3

(c) 2^4\times32

(d) 2^6

(b) 2^5\times3


17. n^2-1 সংখ্যাটো ৪ ৰে বিভাজ্য হয়, যদি m এটা一

(a) এটা যুগ্ম অখণ্ড সংখ্যা

(b) এটা অযুগ্ম অখণ্ড সংখ্যা

(c) এটা স্বাভাৱিক সংখ্যা

(d) এটা পূর্ণ সংখ্যা

(b) এটা অযুগ্ম অখণ্ড সংখ্যা

Class 10 Maths Chapter 1 MCQ Assamese Medium with Solution


18. যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে গঃ সাঃ উঃ(a, b) × লঃ সাঃ গুঃ(a, b) =

(a) 1

(b) \frac{\left(a\times b\right)}2

(c) \frac ab

(d) a\times b

(d) a\times b


19. তিনিটা ক্রমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰ্ণফলটো বিভাজ্য হব一

(a) 4

(b) 6

(c) কেৱল 1

(d) ওপৰৰ এটাও নহয়

(b) 6


20. 2^3\times3^2 আৰু 2^2\times3^3 ৰ লঃ সাঃ গুঃ হব一

(a) 2^3

(b) 3^3

(c) 2^3\times3^3

(d) 2^2\times3^2

(c) 2^3\times3^3


Chapter-wise MCQ


Chapter-wise Question Answer


Class 10 Maths Chapter 1 MCQ in Assamese Questions and Answer

  • ইউক্লিডৰ বিভাজন কলনবিধিটো a=bq+r,0\leq r<b
  • যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গঃ সাঃ উঃ(a, b) × লঃ সাঃ গুঃ(a, b) = a × b
  • যদি p মৌলিক আৰু p য়ে a ক হৰণ কৰে, য’ত a এটা যোগাত্মক অখণ্ড সংখ্যা, তেন্তে pয়ে a^2 ক হৰণ কৰিব।
  • ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত। তেতিয়া অক আৰ্হিত প্ৰকাশ কৰিব পাৰি, য’ত \frac pq সহমৌলিক। তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2^n5^m আৰ্হিৰ, য’ত n, mবোৰ অবিয়োগাত্মক সংখ্যা।
  • ধৰা x=\frac pq এটা পৰিমেয় সংখ্যা যাতে n, m অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2^n5^m আৰ্হিৰ। তেন্তে x ৰ এটা সাবধি দশমিক বিস্তৃতি আছে।
  • ধৰা x=\frac pq এটা পৰিমেয় সংখ্যা যাতে হৰ q ৰ মৌলিক উৎপাদকীকৰণটো 2^n5^m আৰ্হিৰ নহয়, য’ত n, m অবিয়োগাত্মক সংখ্যা। তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব যি নিৰবধি আৰু পৌনঃপুনিক।

বাস্তৱ সংখ্যা Class 10 MCQ Assamese Medium Question Answer

Class 10 Maths Chapter 1 MCQ Assamese Medium with Answer (Chapter 1 বাস্তৱ সংখ্যা MCQ) is available here. Students can practice these Class 10 Mathematics Chapter 1 MCQ Assamese Medium, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 1 MCQ in Assamese with Solution are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 1 MCQ (বাস্তৱ সংখ্যা Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 1 MCQ Assamese Medium 2025-26

ওপৰত আলোচনা কৰা Class 10 Maths Chapter 1 MCQ Question Answer Question and Answer (বাস্তৱ সংখ্যা Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই Class 10 বাস্তৱ সংখ্যা MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 1 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Leave a Reply