Class 10 Maths Chapter 2 MCQ Assamese Medium – বহুপদ

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 2 MCQ Assamese Medium (বহুপদ MCQ)। SEBA Class 10 Maths Chapter 2 Important MCQ in Assamese (বহুপদ Class 10 MCQ Assamese Medium) খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ Class 10 Mathematics Chapter 2 MCQ Assamese Medim ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Maths Chapter 2 MCQ Assamese Medium প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 2 MCQ in Assamese (বহুপদ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Maths MCQ Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Mathematics Chapter 2 MCQ Assamese Medium

1. তলৰ কোনটো এটা বহুপদ ?

(a) \frac1{x^2+2x+19}

(b) x^2+2x+19

(c) \frac1{x+19}

(d) \sqrt x+19

(b) x^2+2x+19

2. 3x^2+11x-2 ৰ শূণ্য দুটাৰ পূৰণফল

(a) \frac23

(b) -\frac23

(c) -\frac{11}3

(d) \frac{11}3

(b) -\frac23

3. x^2-15 ৰ শূণ্য দুটাৰ পূৰণফল

(a) 15

(b) -15

(c) \sqrt{15}

(d) -\sqrt{15}

(b) -15

4. 4u^2+8u ৰ শূণ্য দুটাৰ পূৰণফল

(a) 4

(b) 8

(c) 32

(d) 0

(d) 0

5. P\left(x\right)=3x^3-5x^2-11x-3 ত্ৰিঘাত বহুপদটোৰ শূণ্যবোৰৰ যোগফল হব

(a) 5

(b) 11

(c) \frac35

(d) \frac53

(d) \frac53

Also read: ধাতু আৰু অধাতু

6. যদি y=f\left(x\right) বহু ৰাশিটোৰ লেখডাল X-অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে f\left(x\right) ৰ শূণ্যৰ সংখ্যা হব

(a) 0

(b) 3

(c) 2

(d) 1

(c) 2

7. P\left(x\right)=ax^2-3\left(a-1\right)x-1 বহুপদ ৰাশিটোৰ এটা শূণ্য 1 হলে, a ৰ মান হব

(a) -1

(b) 1

(c) 2

(d) -2

(b) 1

8. যদি x^3+1 সংখ্যাটো x^2+4 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ’ল

(a) 0

(b) 2

(c) 1

(d) 3

(c) 1

Class 10 Mathematics Chapter 2 MCQ Assamese Medium

9. এটা দ্বিঘাত বহুপদ শূণ্যৰ সংখ্যা হ’ল –

(a) 0

(b) 1

(c) 2

(d) 3

(c) 2

10. এটা ত্রিঘাত বহুপদ শূণ্যৰ সংখ্যা হ’ল –

(a) 0

(b) 1

(c) 2

(d) 3

(d) 3

11. যদি x^4+3x^2+7 সংখ্যাটো 2x+3 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ’ল –

(a) 4

(b) 3

(c) 2

(d) 0

(b) 3

Also read: কাৰ্বন আৰু তাৰ যৌগ

12. এটা ৰৈখিক বহুপদ শূণ্যৰ সংখ্যা হ’ল—

(a) 0

(b) 2

(c) 1

(d) 3

(c) 1

13. যদি দ্বিঘাত বহুপদ x^2+3x+b ৰ এটা শূণ্য 2 হয় তেন্তে, b ৰ মান হ’ব –

(a) 10

(b) 6

(c) -6

(d) -10

(d) -10

14. এটা দ্বিঘাত বহুপদ যাৰ শূণ্য দুটা হ’ল -3 আৰু 4, বহুপদটো হ’ল –

(a) x^2+x+12

(b) x^2-x+12

(c) \frac{x^2}2-\frac x2-6

(d) 2x^2+2x+12

(c) \frac{x^2}2-\frac x2-6

15. x^2+\left(a+1\right)x+b দ্বিঘাত বহুপদটোৰ শূণ্য দুটা 2 আৰু -3 হলে –

(a) a = -7, b = -1

(b) a = 5, b = -1

(c) a = 2, b = -6

(d) a = 0, b = -6

(d) a = 0, b = -6

16. যদি দ্বিঘাত বহুপদ x^2+x+k ৰ এটা শূণ্য 1 হয় তেন্তে, k ৰ মান হ’ব –

(a) 4

(b) 2

(c) -2

(d) 1

(c) -2

Maths MCQ

Science MCQ

Class 10 Maths Chapter 2 MCQ Assamese Medium Questions

  • 1, 2 আৰু 3 মাত্ৰাৰ বহুপদবোৰক যথাক্রমে ৰৈখিক, দ্বিঘাত আৰু ত্রিঘাত বহুপদ বোলে।
  • বাস্তৱ সহগ, অত দ্বিঘাত এটা বহুপদ ax^2+bx+c আৰ্হিৰ, য’ত a, b আৰু c বোৰ বাস্তব সংখ্যা আৰু a\neq0
  • এটা বহুপদ p(x) ৰ শূন্যকেইটা সঠিকভাৱে y = p(x) ৰ লেখটোৱে x-অক্ষক কটা বিন্দুবোৰৰ x-স্থানাংক।
  • এটা দ্বিঘাত বহুপদৰ শূন্য খুব বেছি 2টা থাকিব পাৰে আৰু এটা ত্রিঘাত বহুপদৰ শূন্য খুব বেছি 3 টা থাকিব পাৰে।
  • যদি \alpha আৰু \beta দ্বিঘাত বহুপদ ax^2+bx+c ৰ শূন্য, তেন্তে \alpha+\beta=-\frac ba , \alpha\beta=\frac ca
  • যদি \alpha , \beta , \gamma ত্রিঘাত বহুপদ ax^3+bx^2+cx+d ৰ শূন্য তেন্তে \alpha+\beta+\gamma=-\frac ba , \alpha\beta+\beta\gamma+\gamma\alpha=\frac ca , \alpha\beta\gamma=\frac{-d}a

বহুপদ Class 10 MCQ Assamese Medium Question Answer

SEBA Class 10 Maths Chapter 2 MCQ Assamese Medium (বহুপদ Class 10 MCQ Assamese Medium) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 2 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 2 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 2 MCQ (বহুপদ Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 2 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 2 MCQ Question Answer (Chapter 2 বহুপদ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 2 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 2 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Maths Chapter 10 MCQ Assamese Medium – বৃত্ত

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 10 MCQ Assamese...

Class 10 Maths Chapter 3 MCQ Assamese Medium – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 3 MCQ Assamese...

Class 10 Maths Chapter 12 MCQ Assamese Medium – বৃত্ত সম্বন্ধীয় কালি

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 12 MCQ Assamese...

Class 10 Maths Chapter 15 MCQ Assamese Medium – সম্ভাৱিতা

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 15 MCQ Assamese Medium...

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!