Class 10 Maths Chapter 15 MCQ Assamese Medium – সম্ভাৱিতা

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 15 MCQ Assamese Medium (সম্ভাৱিতা Class 10 MCQ Assamese Medium)। Class 10 Maths Chapter 15 Important MCQ খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ HSLC Exam 2023 ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । Class 10 Maths Chapter 15 MCQ প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। Class 10 Maths Chapter 15 MCQ পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে HSLC exam 2023 MCQ ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Maths Chapter 15 MCQ Assamese Medium

1. তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হব নোৱাৰে ?

(a) \frac45

(b) 15\%

(c) -1.4

(d) 0.7

(c) -1.4

2. যদি P\left(E\right)=0.05 তেন্তে, ‘ E নহয়’ ৰ সম্ভাৱিতা কি?

(a) 0.10

(b) 1

(c) 0

(d) 0.95

(d) 0.95

3. তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা 0 হব ?

(a) নিশ্চিত ঘটনা

(b) অসম্ভৱ ঘটনা

(c) স্বাধীন ঘটনা

(d) ওপৰৰ এটাও নহয়।

(b) অসম্ভৱ ঘটনা

4. তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা 1 হব ?

(a) নিশ্চিত ঘটনা

(b) অসম্ভৱ ঘটনা

(c) স্বাধীন ঘটনা

(d) ওপৰৰ এটাও নহয়।

(a) নিশ্চিত ঘটনা

5. যদি দুটা মুদ্ৰা একেলগে টচ্ কৰা হয়, তেন্তে দুয়োটা মুণ্ড পোৱাৰ সম্ভাৱিতা হলー

(a) 1

(b) \frac12

(c) \frac14

(d) 0

(c) \frac14

Also read: বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

6. যদি এটা লুডুগুটি দলিওৱা হয়, তেন্তে এটা অযুগ্ম সংখ্য়া পোৱাৰ সম্ভাৱিতা কি?

(a) 0

(b) \frac34

(c) \frac12

(d) 3

(c) \frac12

7. যদি দুটা লুডুগুটি একেলগে দলিওৱা হয়, তেন্তে যোগফল 3 হিচাপে পোৱাৰ সম্ভাৱনা হ’বー

(a) \frac1{18}

(b) \frac3{18}

(c) \frac1{9}

(d) \frac2{9}

(a) \frac1{18}

Class 10 Mathematics Chapter 15 MCQ Assamese Medium

8. এটা পৰিঘটনাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হলー

(a) 0

(b) 1

(c) \frac12

(d) 2

(b) 1

9. এটা মাছৰ টেংকিত 5 টা মতা মাছ আৰু 8 টা মাইকী মাছ আছে। টেংকিটোৰ পৰা মতা মাছ এটা উলিয়াই অনাৰ সম্ভাৱিতা কিামন?

(a) \frac58

(b) \frac5{13}

(c) \frac{13}5

(d) 5

(b) \frac5{13}

10. যদি কোনো এটা পৰিঘটনা ঘটিব নোৱাৰে, তেন্তে ইয়াৰ সম্ভাৱিতা হ’ল

(a) 1

(b) 0

(c) \frac12

(d) \frac15

(b) 0

Also read: শক্তিৰ উৎসসমূহ

11. কোনো এটা পৰিঘটনা হোৱাৰ সম্ভাৱনা অতি কম। ইয়াৰ আটাইতকৈ ওচৰত সম্ভাৱিতা হ’ল

(a) 0.01

(b) 0.001

(c) 0.1

(d) 0.0001

(d) 0.0001

12. যদি P(A) য়ে A এটা পৰিঘটনাৰ সম্ভাৱিতাক সূচায়, তেন্তেー

(a) P\left(A\right)<0

(b) P\left(A\right)>1

(c) 0\leq P\left(A\right)\leq1

(d) -1\leq P\left(A\right)\leq1

(c) 0\leq P\left(A\right)\leq1

13. যদি কোনো এটা ঘটনাৰ সম্ভাৱিতা p হয়, তেন্তে ইয়াৰ পূৰক ঘটনাৰ সম্ভাৱিতা হ’বー

(a) p-1

(b) 1-p

(c) 1+p

(d) 1

(b) 1-p

14. 52 টা কাৰ্ডৰ পৰা যাদৃচ্ছিক ভাৱে এটা কাৰ্ড টানিলে, কাৰ্ডটো টেক্কা হোৱাৰ সম্ভাৱিতা কিমান?

(a) \frac5{52}

(b) \frac1{52}

(c) \frac1{13}

(d) \frac4{13}

(c) \frac1{13}

15. 52 টা কাৰ্ডৰ পৰা যাদৃচ্ছিক ভাৱে এটা কাৰ্ড টানিলে, কাৰ্ডটো এটা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান?

(a) \frac3{13}

(b) \frac4{13}

(c) \frac45

(d) 1

(a) \frac3{13}

Maths MCQ

Science MCQ

Class 10 Maths Chapter 15 MCQ Assamese Medium Question

  • নিশ্চিত ঘটনাৰ সম্ভাবিতা 1 ।

  • অসম্ভৱ ঘটনাৰ সম্ভাবিতা 0 ।

  • এটা ঘটনা E ব সম্ভাৱিতা P\left(E\right) এটা সংখ্যা যাতে 0\leq P\left(E\right)\leq1

  • মাত্র এটা ফলাফলযুক্ত ঘটনাক প্রাথমিক ঘটনা বোলে। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাবিতাৰ সমষ্টি 1 ।

  • যিকোনো এটা ঘটনা E ৰ বাবে, P\left(E\right)+P\left(\overline E\right)=1 , য’ত \overline E হ’ল ‘ E নহয়’, E আৰু \overline E ক পূৰক ঘটনা বোলা হয়।

সম্ভাৱিতা Class 10 MCQ Assamese Medium Question Answer

SEBA Class 10 Maths Chapter 15 MCQ Assamese Medium (Chapter 15 সম্ভাৱিতা Class 10 MCQ) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 15 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 15 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 15 MCQ (সম্ভাৱিতা Class 10 MCQ Assamese Medium) questions and answers carefully.

Class 10 Maths Chapter 15 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 15 MCQ Question Answer (সম্ভাৱিতা Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 15 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 15 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Maths Chapter 10 MCQ Assamese Medium – বৃত্ত

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 10 MCQ Assamese...

Class 10 Maths Chapter 3 MCQ Assamese Medium – দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 3 MCQ Assamese...

Class 10 Maths Chapter 12 MCQ Assamese Medium – বৃত্ত সম্বন্ধীয় কালি

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 12 MCQ Assamese...

Class 10 Maths Chapter 8 MCQ Assamese Medium – ত্ৰিকোণমিতিৰ পৰিচয়

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Maths Chapter 8 MCQ Assamese Medium...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!