You are currently viewing Class 9 Maths Chapter 4 MCQ Assamese Medium – দুটা চলকযুক্ত ৰৈখিক সমীকৰণ MCQ

Class 9 Maths Chapter 4 MCQ Assamese Medium – দুটা চলকযুক্ত ৰৈখিক সমীকৰণ MCQ

Class 9 Maths Chapter 4 MCQ Assamese Medium – দুটা চলকযুক্ত ৰৈখিক সমীকৰণ MCQ

Class 9 Maths Chapter 4 MCQ Assamese Medium

1. x + y = 0 সমীকৰণটোৰ সমাধান কিমানটা ?

(a) 1

(b) 2

(c) 4

(d) অসীম

(d) অসীম

2. তলৰ কোনটো ৰৈখিক সমীকৰণ ?

(a) \frac1x+\frac1x=10x

(b) 2x-3=0

(c) x^2=4

(d) x^2-2x+1=6

(b) 2x-3=0

3. তলৰ কোনটো ৰৈখিক সমীকৰণ নহয় ?

(a) 3x=4

(b) x-2y=6

(c) 2x^2-4x+3=0

(d) x=y

(c) 2x^2-4x+3=0

4. তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ।

(a) 2x=6-4y

(b) 3x-5=0

(c) x^2+y^2=10

(d) x^2-2x+3=0

(a) 2x=6-4y

5. তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় ?

(a) x-y=7

(b) 2x+7=0

(c) 4x=y-9

(d) y=mx+c

(b) 2x+7=0

6. তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় ?

(a) 2x+3y-5=0

(b) xy=4

(c) x=y-9

(d) x+y=10

(b) xy=4

7. তলৰ কোনটো 2x+y=7 সমীকৰণটোৰ এটা সমাধান ?

(a) \left(1,7\right)

(b) \left(3,1\right)

(c) \left(1,3\right)

(d) \left(7,0\right)

(b) \left(3,1\right)

8. তলৰ কোনটো x+y=9 সমীকৰণটোৰ সমাধান নহয় ?

(a) \left(0,9\right)

(b) \left(9,0\right)

(c) \left(4,5\right)

(d) \left(9,1\right)

(d) \left(9,1\right)

Also Read: Class 9 Maths MCQ All Chapter

9. \left(a,3\right) সমীকৰণ x-y=3 ৰ এটা সমাধান হ’লে ৰ a মান হ’ব-

(a) 6

(b) -6

(c) 3

(d) 0

(a) 6

Class 9 Maths Chapter 4 MCQ Assamese Medium

10. ax+y=10 সমীকৰণৰ এটা সমাধান \left(1,1\right) হ’লে a ৰ মান হ’ব-

(a) 1

(b) 4

(c) 9

(d) -9

(c) 9

11. x=0 তলৰ কোনটো ৰেখাৰ সমীকৰণ

(a) x- অক্ষ

(b) y- অক্ষ

(c) মূলবিন্দুৰ মাজেৰে যোৱা ৰেখা

(d) x- অক্ষৰ সমান্তৰাল ৰেখা

(b) y- অক্ষ

12. তলৰ কোনটো সমীকৰণৰ লেখ x- অক্ষৰ সমান্তৰাল হ’ব?

(a) x=3

(b) y=4

(c) x+y=0

(d) x+2=0

(b) y=4

13. তলৰ কোনটো সমীকৰণৰ লেখ y- অক্ষৰ সমান্তৰাল হ’ব?

(a) x+5=0

(b) y-6=0

(c) 2x=y

(d) 2y+3=0

(a) x+5=0

14. তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰে যাব ?

(a) x+10=0

(b) y=7

(c) 2x+3y=0

(d) x+y=0

(d) x+y=0

15.   \left(3,-2\right) বিন্দুৰে যোৱা y– অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ’ব

(a) x=3

(b) y+2=0

(c) x+y=1

(d) x+2=0

(a) x=3

16. \left(2,3\right) বিন্দুৰে যোৱা x- অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ’ব

(a) x=2

(b) y=3

(c) x+y=5

(d) x-y+1=0

(b) y=3

17. মূলবিন্দু আৰু \left(3,-3\right) বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ’ল—

(a) x+y=0

(b) xy=0

(c) x=y

(d) x=3

(a) x+y=0

দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Class 9 MCQ Assamese Medium Question Answer

SEBA Class 9 Maths Chapter 4 MCQ Assamese Medium (Chapter 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ MCQ) is available here. Students can practice these SEBA Class 9 General Mathematics Chapter 4 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 9 Maths Chapter 4 MCQ in Assamese are designed according to the latest NCERT exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Maths Chapter 4 MCQ (দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Class 9 MCQ Assamese Medium) questions and answers carefully.

Class 9 Maths Chapter 4 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 9 Maths Chapter 4 MCQ Question Answer (দুটা চলকযুক্ত ৰৈখিক সমীকৰণ Class 9 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Mathematics Chapter 4 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Maths Chapter 4 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam

Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.
    Samir das
    October 2, 2023

    Naic👌

      Bishal Mech
      February 1, 2024

      Nice 👌👌👌

Leave a Reply