সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 4 MCQ Assamese Medium (Chapter 4 অসমৰ ভূগোল Class 10 MCQ)। SEBA Class 10 Geography Chapter 4 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Geography Chapter 4 MCQ (Class 10 Social Science Chapter 4 অসমৰ ভূগোল Class 10 MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Social Science Geography Chapter 4 MCQ in Assamese ( অসমৰ ভূগোল Class 10 MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Geography Chapter 4 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Social Science Geography Chapter 4 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
অসমৰ ভূগোল Class 10 MCQ
1. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ’ল—
(a) খাচী।
(b) আদি।
(c) খামতি।
(d) কাৰ্বি।
2. ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে—
(a) ৫৫%
(b) ৮৫%
(c) ৬৫%
(d) ৭৫%
3. অসম চৰকাৰে ‘অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি’ ঘোষণা কৰা বছৰটো হ’ল —
(a) ২০১৪
(b) ২০১৫
(c) ২০১৮
(d) ২০১৩
4. অসমৰ চূণশিল থকা ঠাই খন হ’ল—
(a) ডিলাই পাহাৰ।
(b) ধুবুৰী।
(c) বোকাজান।
(d) নামৰূপ।
5. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ’ল—
(a) কামৰূপ।
(b) শিৱসাগৰ।
(c) নগাঁও।
(d) কার্বি আংলং।
6. বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—
(a) ২৭১ কি.মি.।
(b) ১২১ কি.মি.।
(c) ২৬১ কি.মি.।
(d) ১৫৫ কি.মি.।
7. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—
(a) বড়ো।
(b) মিছিং।
(c) ৰাভা।
(d) কাৰ্বি।
8. ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—
(a) ৮৭১ কি.মি.।
(b) ৮৯৫ কি.মি.।
(c) ৮৯১ কি.মি.।
(d) ৮৯০ কি.মি.।
9. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা—
(a) ধুবুৰী।
(b) নগাঁও।
(c) কামৰূপ।
(d) বঙাইগাঁৱত।
10. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা—
(a) কার্বি আংলং।
(b) ডিমা হাছাও।
(c) হাইলাকান্দি।
(d) ধেমাজি।
Class 10 Social Science Geography Chapter 4 MCQ in Assamese
11. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—
(a) বড়ো।
(b) কাৰ্বি।
(c) ৰাভা।
(d) মিছিং।
12. ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত—
(a) ১৯৮ জন।
(b) ২৮৮ জন।
(c) ৩০৮ জন।
(d) ৩৯৮ জন।
13. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়—
(a) নামেৰি উদ্যানত।
(b) মানাহ উদ্যানত।
(c) কাজিৰঙা উদ্যানত।
(d) ডিব্ৰু-ছৈখোৱা উদ্যানত।
14. অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিল’মিটাৰ পশ্চিম বংগৰ সৈতে ভৰত ভূ-খণ্ডৰ লগত সংলগ্ন হৈ আছে—
(a) ৫০ কিল’মিটাৰ।
(b) ৪০ কিল’মিটাৰ।
(c) ৭০ কিল’মিটাৰ।
(d) ৫৫ কিল’মিটাৰ।
15. ২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—
(a) ৮৮%
(b) ৮৭%
(c) ৮১%
(d) ৮৩%
16. ২০১১ চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—
(a) ৮১.৯০
(b) ৮২.৯০
(c) ৮৫.৯০
(d) ৮৪.৯০
17. অসমৰ আটাইতকৈ জনবহুল নগৰ—
(a) ধুবুৰী।
(b) ডিব্ৰুগড়।
(c) গুৱাহাটী।
(d) শিলচৰ।
18. বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—
(a) ৫
(b) ৬
(c) ৮
(d) ১০
19. পনীয়া সোণ বুলি কাক বোলা হয়—
(a) পানী।
(b) খনিজ তেল।
(c) মিঠাতেল।
(d) পাৰা।
20. বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা—
(a) ৭
(b) ৫
(c) ৯
(d) ১০
অসমৰ ভূগোল Class 10 MCQ Question Answer
21. অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ’ল—
(a) মৰাপাটৰ উদ্যোগ।
(b) ৰবৰ উদ্যোগ।
(c) চাহ উদ্যোগ।
(d) এৰী-মুগা উদ্যোগ।
22. ২০১১ চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা—
(a) ৬
(b) ৫
(c) ৪
(d) ৭
23. ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে—
(a) ৩৩%
(b) ৩২%
(c) 35%
(d) 37%
24. অসম প্রধান শস্য হৈছে—
(a) ঘেহুঁ।
(b) গোমধান।
(c) সৰিয়হ।
(d) ধান।
25. ভাৰত চৰকাৰে উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো হ’ল—
(a) ২০০৬
(b) ২০০৭
(c) ২০০৫
(d) ২০০৩
26. অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ’ল—
(a) ২০০৮
(b) ২০০৭
(c) ২০০৫
(d) ২০০৪
27. বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা-
(a) ৩০
(b) ৪০
(c) ২০
(d) ৫০
28. মৰাণ-হুগ্ৰীজান তৈলক্ষেত্ৰত কিমান চনৰপৰা তেল উৎপাদন আৰম্ভ কৰা হয়-
(a) ১৯৫৬
(b) ১৯৫০
(c) ১৯০১
(d) ১৯৮০
29. অসমৰ কোনখন জিলাত চীনা মাটি পোৱা যায়-
(a) দেমাজি
(b) নগাঁও
(c) কাৰ্বি আংলং
(d) নলবাৰী
30. ২০১১ চনৰ তথ্যমতে অসমৰ সবাতোকৈ ঘন বসতিপূর্ণ জিলা বুলি হৈছে –
(a) নগাঁও
(b) নলবাৰী
(c) কামৰূপ (মেট্রো
(d) কাৰ্বি আংলং
Class 10 Social Science MCQ
অসমৰ ভূগোল Class 10 MCQ Question Answer Assamese Medium
SEBA Class 10 অসমৰ ভূগোল Chapter 4 MCQ Assamese Medium (Chapter 4 অসমৰ ভূগোল Class 10 MCQ Question Answer) is available here. Students can practice these SEBA Class 10 Social Science Geography Chapter 4 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Social Science Part 2 Chapter 4 MCQ (অসমৰ ভূগোল Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Geography Chapter 4 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Social Science Geography Chapter 4 MCQ Question Answer (অসমৰ ভূগোল Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Geography Chapter 4 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Social Geography Chapter 4 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
This is ABHIJIT 😎😎😎
radar 20 tadalafil