সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 1 MCQ Assamese Medium (Chapter 1 অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ)। SEBA Class 10 Geography Chapter 1 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Geography Chapter 1 MCQ (Class 10 Social Science Chapter 1 অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Social Science Geography Chapter 1 MCQ in Assamese ( অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Geography Chapter 1 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Social Science Geography Chapter 1 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ
1. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
(a) নদ-নদী।
(b) খনিজ তেল।
(c) জলসিঞ্চন নলা।
(d) অৰণ্য।
2. তলৰ কোনটো অজীৱীয় সম্পদ?
(a) বায়ু।
(b) উদ্ভিদ।
(c) জীৱ-জন্তু।
(d) শস্য।
3. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?
(a) বায়ু।
(b) পানী।
(c) শস্য।
(d) কয়লা।
4. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(a) এশিঙিয়া গঁড়।
(b) নল গাহৰি।
(c) জিৰাফ।
(d) মিথুন।
5. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(a) UNESCO
(b) UNO
(c) WWF
(d) UNEP
6. তলৰ কোনটো চতুর্থক বৃত্তি হয়—
(a) মিস্ত্রি।
(b) শিক্ষক।
(c) কম্পিউটাৰ নিৰ্মাণকাৰী।
(d) ব্যৱসায়ী।
7. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়—
(a) প্রযুক্তি।
(b) উদ্যোগ।
(c) সৌৰশক্তি।
(d) কার্যালয়।
8. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়—
(a) ভাল চৰিত্ৰ।
(b) কর্মদক্ষতা।
(c) শিক্ষা।
(d) চৰকাৰ।
9. তলৰ কোনটো জাতীয় সম্পদ—
(a) বায়ুমণ্ডল।
(b) শিক্ষা।
(c) শিক্ষানুষ্ঠান।
(d) সাগৰ।
10. তলৰ কোনটো স্থানিক সম্পদ নহয়—
(a) কয়লা।
(b) শস্য।
(c) খনিজ পদার্থ।
(d) পানী।
অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ
11. সোণ এবিধ—
(a) কৃত্রিম সম্পদ।
(b) জৈৱিক সম্পদ।
(c) প্রাকৃতিক সম্পদ।
(d) মানৱ সম্পদ।
12. তলৰ কোনটো এটা অজীবীয় সম্পদ?
(a) বায়ু।
(b) বেক্টেৰিয়া।
(c) ভেঁকুৰ।
(d) শস্য।
13. শিল এবিধ—
(a) জীৱীয় সম্পদ।
(b) অজীৱীয় সম্পদ।
(c) মানৱ সৃষ্ট সম্পদ।
(d) মানৱ সম্পদ।
14. অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল—
(a) ম’হ।
(b) মেকুৰী।
(c) শহাপহু।
(d) সোণালী বান্দৰ।
15. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?
(a) পানী।
(b) সূৰ্য্যৰ ৰশ্মি।
(c) গছ-গছনি।
(d) প্রাকৃতিক গেছ।
16. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল—
(a) কার্ল ৰিটাৰ।
(b) জর্জ ছিছ হম।
(c) ডার্কেনরাল্ড।
(d) ফেইট্রিফ বাটজেল।
17. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ’ল—
(a) প্রাকৃতিক ভূগোল।
(b) মানৱ ভূগোল।
(c) অর্থনৈতিক ভূগোল।
(d) আঞ্চলিক ভূগোল।
18. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়—
(a) শিল্পোৎপাদন প্রক্রিয়া।
(b) যাতায়াত আৰু পৰিবহণ কার্য।
(c) প্ৰচাৰ মাধ্যম।
(d) নির্মাণ কার্য।
19. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়—
(a) কৃষি কার্য।
(b) চিকাৰ।
(c) বয়ন কার্য।
(d) বেপাৰ বাণিজ্য।
20. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?
(a) কৃষি কার্য।
(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।
(c) মাছ ধৰা।
(d) বনজ সম্পদ আহৰণ।
21. তলৰ কোনটো মানুহৰ প্ৰাথমিক বৃত্তি নহয়—
(a) কৃষি কাৰ্য
(b) মাছ ধৰা কাৰ্য
(c) যাতায়াত আৰু পৰিবহণ
(d) খনিজ সম্পদ আহৰণ
22. তলৰ কোনটো মানৱসৃষ্ট সম্পদ—
(a) নদ-নদী
(b) খনিজ তেল
(c) জলসিঞ্চনৰ নলা
(d) অৰণ্য
Class 10 Social Science MCQ
অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ Question Answer
SEBA Class 10 অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Chapter 1 MCQ Assamese Medium (Chapter 1 অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ Question Answer) is available here. Students can practice these SEBA Class 10 Social Science Geography Chapter 1 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Geography Chapter 1 অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Social Science Part 2 Chapter 1 MCQ (অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Geography Chapter 1 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Social Science Geography Chapter 1 MCQ Question Answer (অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Geography Chapter 1 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Social Geography Chapter 1 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Good mcq questions
Please give more mcq questions
And mcq questions give us like test exam
Please and thanks 👍