সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 3 MCQ Assamese Medium (Chapter 3 পৃথিৱীৰ ভূগোল Class 10 MCQ)। SEBA Class 10 Geography Chapter 3 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Geography Chapter 3 MCQ (Class 10 Social Science Chapter 3 পৃথিৱীৰ ভূগোল Class 10 MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Social Science Geography Chapter 3 MCQ in Assamese ( পৃথিৱীৰ ভূগোল Class 10 MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Geography Chapter 3 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Social Science Geography Chapter 3 in Assamese (পৃথিৱীৰ ভূগোল Class 10 MCQ Assamese Medium) ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
পৃথিৱীৰ ভূগোল Class 10 MCQ
1. পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন
(a) উত্তৰ আমেৰিকা মহাদেশ
(b) এন্টার্কটিকা মহাদেশ
(c) ইউৰোপ মহাদেশ
(d) ওছেনিয়া মহাদেশ
2. ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
(a) আটলান্টিক মহাসাগৰ
(b) উত্তৰ মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) ভাৰত মহাসাগৰ
3. এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?
(a) ভূমধ্য সাগৰ
(b) লোহিত সাগৰ
(c) কাস্পিয়ান সাগৰ
(d) আৰব সাগৰ
4. এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে ?
(a) ইউৰাল পর্বতমালা
(b) ককেছাছ পর্বত
(c) কাস্পিয়ান সাগৰ
(d) ভগ্লা নদী
5. ইকুয়েড’ৰ কোনখন মহাদেশত অৱস্থিত?
(a) উত্তৰ আমেৰিকা
(b) দক্ষিণ আমেৰিকা
(c) আফ্রিকা
(d) এছিয়া
6. ব্রাজিলৰ ৰাজধানী কি?
(a) ৰিও ডি জেনেইৰো
(b) চাও পাওলো
(c) ব্রাচিলিয়া
(d) লিমা
7. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
(a) প্রশান্ত মহাসাগৰ
(b) ভাৰত মহাসাগৰ
(c) আটলান্টিক মহাসাগৰ
(d) দক্ষিণ মহাসাগৰ
8. পৃথিবীৰ দীৰ্ঘতম পর্বতশ্রেণীটো হ’ল—
(a) হিমালয় পর্বতমালা।
(b) এণ্ডিজ পর্বতমালা।
(c) ৰ’কি পর্বতমালা।
(d) ইউৰাল পর্বতমালা।
9. পৃথিৱীৰ মহাদেশৰ সংখ্যা—
(a) ৭
(b) ৫
(d) ৯
(c) ৬
10. পৃথিৱীৰ মহাসাগৰৰ সংখ্যা—
(a) ৭
(b) ৫
(c) ৬
(d) ৪
11. ৰ’কি পাৰ্বত্য অঞ্চল তলৰ কোনখন মহাদেশত আছে—
(a) এছিয়া।
(b) ইউৰোপ।
(c) আফ্রিকা।
(d) উত্তৰ আমেৰিকা।
পৃথিৱীৰ ভূগোল Class 10 MCQ Question Answer
12. আটাকামা উষ্ণ মৰুভূমি তলৰ কোনখন মহাদেশত অৱস্থিত—
(a) ইউৰোপ।
(b) দক্ষিণ আমেৰিকা।
(c) আফ্রিকা।
(d) এছিয়া।
13. পাটাগ’নিয়া হ’ল—
(a) উষ্ণ মৰুভূমি।
(b) নদী।
(c) পর্বতমালা।
(d) নাতিশীতোষ্ণ মৰুভূমি।
14. মহীঢালৰ গভীৰতা—
(a) ২০০০ মিঃ।
(b) ৩০০০ মিঃ।
(c) ৪৫০০ মিঃ।
(d) ৪০০০ মিঃ।
15. পৃথিৱীৰ গভীৰতম খাত—
(a) মেৰিয়ান খাত।
(b) ৰোমান্স খাত।
(c) চুমেৰিয় খাত।
(d) ছুণ্ডা খাত।
16. মেৰিয়ান খাতৰ গভীৰতা—
(a) ১১০১২ মিঃ।
(b) ১১০১১ মিঃ।
(c) ১১০২২ মিঃ।
(d) ১১০২১ মিঃ।
17. উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ
(a) কিলিমানজাৰো শৃংগ।
(b) মেকিনলে শৃংগ।
(c) পামিৰ গ্ৰন্থি।
(d) তিব্বত মালভূমি।
18. কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে
(a) এছিয়া।
(b) আফ্রিকা।
(c) দক্ষিণ আমেৰিকা।
(d) ইউৰোপ।
19. পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ—
(a) ৰাছিয়া।
(b) এছিয়া।
(c) কানাডা।
(d) ব্রাজিল।
20. পৃথিৱীৰ সৰ্ব্বমুঠ দেশ
(a) ৩৯৮
(b) ১৯৭
(c) ২৮৮
(d) ২০৮
21. দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্রদ—
(a) টিটিকাকা।
(b) বৈকাল।
(c) ইউৰাইল।
(d) গ্রেট’বিয়াৰ।
22. কোনখন মালভূমি ‘পৃথিৱীৰ মুধচ’ হিচাপে জনাজাত—
(a) আর্মেনিয়া মালভূমি।
(b) পামিৰ মালভূমি।
(c) এনাতলীয়া মালভূমি।
(d) কুৰদিস্তান মালভূমি।
23. এছিয়া মহাদেশৰ মাটিকালি হ’ল—
(a) ৬৪.২ নিযুত বর্গ কি.মি.।
(b) ২৪.২ নিযুত বর্গ কি.মি.।
(c) ৪৪.২ নিযুত বর্গ কি.মি.।
(d) ৫৪.২ নিযুত বর্গ কি.মি.।
24. পৃথিৱীৰ মুঠ মাটিকালি—
(a) প্রায় ২১০ নিযুত বর্গ কি.মি.।
(b) প্রায় ৩৬১ নিযুত বর্গ কি.মি.।
(c) প্রায় ৪১০ নিযুত বর্গ কি.মি.।
(d) প্রায় ৫১০ নিযুত বর্গ কি.মি.।
Class 10 Social Science MCQ
পৃথিৱীৰ ভূগোল Class 10 MCQ Question Answer Assamese Medium
SEBA Class 10 পৃথিৱীৰ ভূগোল Chapter 3 MCQ Assamese Medium (Chapter 3 পৃথিৱীৰ ভূগোল Class 10 MCQ Question Answer) is available here. Students can practice these SEBA Class 10 Social Science Geography Chapter 3 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Geography Chapter 3 পৃথিৱীৰ ভূগোল MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Social Science Part 2 Chapter 3 MCQ (পৃথিৱীৰ ভূগোল Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Geography Chapter 3 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Social Science Geography Chapter 3 MCQ Question Answer (পৃথিৱীৰ ভূগোল Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Geography Chapter 3 MCQ Assamese Medium (পৃথিৱীৰ ভূগোল Class 10 MCQ Assamese Medium) খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Social Science Geography Chapter 3 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
This is ABHIJIT😎😎😎