সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 2 MCQ Assamese Medium (Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ)। SEBA Class 10 Geography Chapter 2 Important MCQ in Assamese খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Assamese Medium Class 10 Geography Chapter 2 MCQ (Class 10 Social Science Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । SEBA Class 10 Social Science Geography Chapter 2 MCQ in Assamese ( পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ) প্ৰশ্নোত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 Geography Chapter 2 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Social Science Geography Chapter 2 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ
1. ফিলিপিন্ছৰ মাউন্ট পিনাটু’ব’ৰ আগ্নেয়গিৰিটোৰ উদ্গিৰণ ঘটিছিল—
(a) ১৯৯০
(b) ১৯৯৩
(c) ১৯৯১
(d) ১৯৯২
2. শিল্প বিপ্লৱ আৰম্ভ হৈছিল-
(a) এচিয়াত।
(b) আফ্ৰিকাত।
(c) উত্তৰ আমেৰিকাত।
(d) ইউৰোপত।
3. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল—
(a) ব্রাজিলত।
(b) নাইৰ’বিত।
(c) মেক্সিকোত।
(d) ৰোমত।
4. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ’ল-
(a) উত্তৰ আমেৰিকা।
(b) দক্ষিণ আমেৰিকা।
(c) এচিয়া
(d) আফ্রিকা।
5. উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে—
(a) ২১%
(b) ২৪%
(c) ২৩%
(d) ২৭%
6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে—
(a) ২৮০ কি. মি.।
(b) ৫৮০ কি.মি.।
(c) ৩৮০ কি.মি.।
(d) ১০,০০০ কি.মি.।
7. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—
(a) মেৰু অঞ্চলত।
(b) ঔদ্যোগিক অঞ্চলত।
(c) অৰণ্য অঞ্চলত।
(d) ঘাঁহনি অঞ্চলত।
8. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(a) কার্বন ডাইঅক্সাইড।
(b) অ’য’ন
(c) মিথেন।
(d) নাইট্ৰাছ অক্সাইড।
9. বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ—
(a) ৭৪.০৮%
(b) ৭৬.০৬%
(c) ৭৮.০৮%
(d) ৭৭.০৫%
10. বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—
(a) ০৩.২৫%
(b) ১৯.৩৫%
(c) ২১.৯০%
(d) ২০.৯৮%
11. বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ—
(a) ০.০১%
(b) ০.৮১%
(c) ০.৯৩%
(d) ০.০৮%
12. বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ—
(a) ০.০৩৫%
(b) ০.০৩১%
(c) ০.০৩৪%
(d) ০.০৩২%
13. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—
(a) মিথেন।
(b) নাইট্ৰাছ অক্সাইড।
(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।
(d) কার্বন-ডাই-অক্সাইড।
14. গোলকীয় উত্তাপ বৃদ্ধি এটা—
(a) স্থানীয় সমস্যা।
(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।
(c) আঞ্চলিক সমস্যা।
(d) ব্যক্তিগত সমস্যা।
15. বহনক্ষম উন্নয়ন হৈছে—
(a) অর্থনৈতিক উন্নয়ন।
(b) বিবেচনাসম্পন্ন উন্নয়ন।
(c) পাৰিৱেশিক উন্নয়ন।
(d) গোলকীয় উন্নয়ন।
16. বৰ্তমান পৃথিৱীৰ বয়স—
(a) ৪৭০০ নিযুত বছৰ।
(b) ৪৬০০ নিযুত বছৰ।
(c) ৩৪০০ নিযুত বছৰ।
(d) ৫০০০ নিযুত বছৰ।
17. পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে—
(a) প্রায় ২০%
(b) প্রায় ৩৫%
(c) প্রায় ২৫%
(d) প্রায় ৩০%
18. জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—
(a) ৮৩%
(b) ৭১%
(c) ৫১%
(d) ৬১%
19. জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—
(a) ১.৬৫ নিযুত।
(b) ১.৫৫ নিযুত।
(c) ১.৪৫ নিযুত।
(d) ১.৭৫ নিযুত।
20. ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি?
(a) ৩ ধৰণে।
(b) ৫ ধৰণে।
(c) ৪ ধৰণে।
(d) ৬ ধৰণে।
Class 10 Social Science MCQ
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ Question Answer Assamese Medium
SEBA Class 10 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Chapter 2 MCQ Assamese Medium (Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ Question Answer) is available here. Students can practice these SEBA Class 10 Social Science Geography Chapter 2 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Social Science Part 2 Chapter 2 MCQ (পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Geography Chapter 2 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Social Science Geography Chapter 2 MCQ Question Answer (পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Geography Chapter 2 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Social Geography Chapter 2 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
ভাল লাগিছে