সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Maths Chapter 4 MCQ Assamese Medium (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium)। SEBA Class 10 Maths Chapter 4 Important MCQ Assamese Medium খনত সেইবোৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ SEBA Class 10 Mathematics Chapter 4 MCQ in Assamese (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium) ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । Class 10 Maths Chapter 4 MCQ Assamese Medium প্ৰশ্ন উত্তৰ সমূহ অনুশীল কৰি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। SEBA Class 10 General Maths Chapter 4 MCQ Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Mathematics MCQ in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Mathematics Chapter 4 MCQ Assamese Medium
1. (x+1)^2-x^2=0 সমীকৰণটোৰ কেইটা বাস্তৱ মূল আছে
(a) 2
(b) 3
(c) 4
(d) 1
2. 100x^2–20x+1=0 সমীকৰণটোৰ মূল দুটা হলー
(a) \frac1{20} আৰু \frac1{20}
(b) \frac1{10} আৰু \frac1{20}
(c) \frac1{10} আৰু \frac1{10}
(d) \frac15 আৰু \frac1{10}
3. যদি দ্বিঘাত সমীকৰণ x^2-mx-\frac54=0 ৰ এটা মূল \frac12 , তেন্তে m ৰ মান কিমান?
(a) -2
(b) 2
(c) -3
(d) 0
4. এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 ৰ কোনো বাস্তৱ মূল নাথাকে, যদিー
(a) b^2-4ac>0
(b) b^2-4ac<0
(c) b^2-4ac=0
(d) b^2-2ac>0
Also read: মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন
5. তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হবー
(a) 2x^2+3x+3=0
(b) \sqrt2x^2-\frac3{\sqrt2}x+1=0
(c) -x^2+3x-3=0
(d) 3x^2-3x+3=0
6. দ্বিঘাত সমীকৰণ 2x^2–\sqrt5x+1=0 ৰー
(a) দুটা বাস্তৱ মূল আছে
(b) দুটা সমান বাস্তৱ মূল আছে
(c) কোনো বাস্তৱ মূল নাই
(d) দুটাতকৈ বাস্তৱ মূল আছে
7. যদি b^2-4ac\geq0 , তেন্তে ax^2+bx+c=0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাー
(a) \frac{b\pm\sqrt{2b^2-4ac}}{4a}
(b) \frac{-b\pm\sqrt{b^2-4ac}}{4a}
(c) \frac{-b\pm\sqrt{b^2-4ac}}{2a}
(d) \frac{b\pm\sqrt{b^2+4ac}}{2a}
Class 10 Maths Chapter 4 MCQ Assamese Medium
8. দ্বিঘাত সমীকৰণ এটাৰ সৰ্বোচ্চ কিমানটা মূলৰ থাকিব পাৰেー
(a) 4
(b) 10
(c) 1
(d) 2
9. তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয়ー
(a) x^2-\sqrt3x=0
(b) 7x^2-\frac12x+\sqrt5=0
(c) 2x^2-x^3+1=0
(d) x^2-1=0
10. তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল দুটা 1 আৰু -\frac12
(a) 2x^2+x-1=0
(b) 2x^2-x-1=0
(c) 2x^2+x+1=0
(d) 2x^2-x+1=0
Also read: জীৱন প্ৰক্ৰিয়া
11. যদি দ্বিঘাত সমীকৰণ 2x^2+kx+3=0 ৰ মূল দুটা সমান, তেন্তে k ৰ মান কিমান?
(a) \pm\sqrt6
(b) \pm4
(c) \pm3\sqrt2
(d) \pm2\sqrt6
12. যদি px^2+qx+2=0 দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয়, তেন্তে p মান কিমান ?
(a) 0
(b) -2
(c) 1
(d) 2
13. যদি দ্বিঘাত সমীকৰণ \left(b-c\right)x^2+\left(c-a\right)x+\left(a-b\right)=0 ৰ মূল দুটা সমান, তেন্তেー
(a) 2a=b+c
(b) 2c=a+b
(c) b=a+c
(d) 2b=a+c
14. দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল 313, তেন্তে সংখ্যা দুটা কি কি?
(a) 12, 13
(b) 13, 14
(c) 11, 12
(d) 14, 15
15. এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 ৰ মূল দুটা সমান, যদিー
(a) b^2-4ac>0
(b) b^2-4ac<0
(c) b^2-4ac=0
(d) b^2-2ac>0
Maths MCQ
Science MCQ
Class 10 Maths Chapter 4 MCQ Assamese Medium Question
- x চলকত এটা দ্বিঘাত সমীকৰণ ax^2+bx+c=0 আৰ্হিৰ, য’ত a,b,c বোৰ বাস্তৱ সংখ্যা আৰু a\ne0 ।
- ax^2+bx+c=0 দ্বিঘাত সমীকৰণৰー (i) দুটা স্পষ্ট বাস্তৱ মূল আছে, যদি
b^2-4ac>0
- (ii) দুটা সমান বাস্তৱ মূল আছে, যদি
b^2-4ac=0
- (iii) কোনো বাস্তৱ মূল নাই, যদি
b^2-4ac<0
- দ্বিঘাত সূত্র: ax^2+bx+c=0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা এইদৰে দিয়া হয়—
\frac{-b\pm\sqrt{b^2-4ac}}{2a} , এই চৰ্তত যে
b^2-4ac\geq0
দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium Question Answer
SEBA Class 10 Maths Chapter 4 MCQ Assamese Medium (Chapter 4 দ্বিঘাত সমীকৰণ MCQ) is available here. Students can practice these SEBA Class 10 General Mathematics Chapter 4 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 10 Maths Chapter 4 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Maths Chapter 4 MCQ (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium) questions and answers carefully.
Class 10 Maths Chapter 4 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 10 Maths Chapter 4 MCQ Question Answer (দ্বিঘাত সমীকৰণ Class 10 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Mathematics Chapter 4 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Maths Chapter 4 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Please all mcq
Thanks
Please sir all MCQ