Class 9 Maths Chapter 5 MCQ Assamese Medium – ইউক্লিডৰ জ্যামিতিৰ পৰিচয় MCQ
Class 9 Maths Chapter 5 MCQ Assamese Medium 1. ইউক্লিডৰ মতে স্বতঃসিদ্ধ হ'ল— (a) কেৱল জ্যামিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি। (b) গণিতৰ যিকোনো শাখাতে প্রযোজ্য হোৱা এক…