Class 9 Maths Chapter 5 MCQ Assamese Medium – ইউক্লিডৰ জ্যামিতিৰ পৰিচয় MCQ

Date:

Share post:

Class 9 Maths Chapter 5 MCQ Assamese Medium – ইউক্লিডৰ জ্যামিতিৰ পৰিচয় MCQ

Class 9 Maths Chapter 5 MCQ Assamese Medium

1. ইউক্লিডৰ মতে স্বতঃসিদ্ধ হ’ল—

(a) কেৱল জ্যামিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি।

(b) গণিতৰ যিকোনো শাখাতে প্রযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি।

(c) এক ধৰণৰ সংজ্ঞা

(d) এক ধৰণৰ উপপাদ্য

(b) গণিতৰ যিকোনো শাখাতে প্রযোজ্য হোৱা এক স্বতঃপ্রণোদিত সত্য উক্তি।

2. ইউক্লিডৰ ক্ৰম অনুসৰি তৃতীয় স্বীকাৰ্যটো হ’ল –

(a) এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্দ্ধ লৈ আঁকিব পাৰি।

(b) এডাল সীমিত ৰেখাক দুয়োমূৰে অসীমলৈ বঢ়াই দিব পাৰি।

(c) সকলো সমকোণ পৰস্পৰ সমান।

(d) এডাল ৰেখা এটা বিন্দুৰ পৰা যিকোনো বিন্দুলৈ টানিব পাৰি।

(a) এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্দ্ধ লৈ আঁকিব পাৰি।

3. ইউক্লিডৰ মতে-

(a) একেটা বস্তুৰ সৈতে সমান বস্তুবোৰৰ এটা আনটোৰ সৈতে সমান নহয় ৷

(c) সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ সৰু

(c) একে সমান বস্তুবোৰৰ দুগুণবোৰ পৰস্পৰ সমান।

(d) একে সমান বস্তুবোৰৰ আধাবোৰ পৰস্পৰ সমান নহয় ।

(c) একে সমান বস্তুবোৰৰ দুগুণবোৰ পৰস্পৰ সমান।

4. এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰত আপতিত হৈ একেফালে দুটা অন্তঃকোণ \alpha আৰু \beta সৃষ্টি কৰিছে আৰু এনেভাৱে সৃষ্টি কৰা অন্তঃকোণৰ ফালে ৰেখা দুডাল অনির্দিষ্টভাৱে বঢ়াই গৈ থাকিলে ইহঁতে পৰস্পৰ কটাকটি কৰে। এই ক্ষেত্ৰত-

(a) \alpha+\beta দুই সমকোণৰ সমান।

(b) \alpha+\beta দুই সমকোণতকৈ ডাঙৰ।

(c) \alpha+\beta দুই সমকোণতকৈ সৰু।

(d) ওপৰৰ এটাও নহয়।

(c) \alpha+\beta দুই সমকোণতকৈ সৰু।

5. প্লেফেয়াৰৰ স্বীকাৰ্য অনুসৰি প্ৰদত্ত ৰেখা এডালৰ সমান্তৰালকৈ আৰু ৰেখাডালত নথকা যিকোনো বিন্দুৰে

(a) দুডাল ৰেখা টানিব পাৰি।

(b) মাথো এডালেই ৰেখা টানিব পাৰি।

(c) কোনো ৰেখা টানিব নোৱাৰি।

(d) অসীম সংখ্যক ৰেখা টানিব পাৰি।

(b) মাথো এডালেই ৰেখা টানিব পাৰি।

Also Read: Class 9 Maths MCQ All Chapter

6. পিৰামিড হ’ল এনে এক গোটা অৱয়র (আকৃতি) যাৰ ভূমি হ’ল –

(a) ত্রিভুজ

(b) বর্গ

(c) আয়ত

(d) যিকোনো বহুভূজ

(a) ত্রিভুজ

7. পিৰামিডৰ কাষৰ পৃষ্ঠসমূহ হ’ল

(a) বর্গ

(b) সমবাহু ত্রিভুজ

(c) সামান্তৰিক

(d) ট্ৰেপিজিয়াম

(b) সমবাহু ত্রিভুজ

8. যি উক্তিৰ সত্যতা এক প্ৰণালীবদ্ধ যুক্তিৰে আগবঢ়োৱা প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল তাক কোৱা হয়

(a) স্বীকার্য

(b) স্বতঃসিদ্ধ

(c) উপপাদ্য

(d) সংজ্ঞা

(c) উপপাদ্য

9. ইউক্লিডৰ মতে ‘সকলো সমকোণ পৰস্পৰ সমান’ উক্তিটো এটা —

(a) সংজ্ঞা

(b) স্বতঃসিদ্ধ

(c) উপপাদ্য

(d) স্বীকার্য

(d) স্বীকার্য

10. ইউক্লিডে বাস কৰা দেশখন আছিল

(a) গ্ৰীচ

(b) ভাৰত

(c) ইজিপ্ত

(d) বেবলিন

(c) ইজিপ্ত

ইউক্লিডৰ জ্যামিতিৰ পৰিচয় Class 9 MCQ Assamese Medium Question Answer

SEBA Class 9 Maths Chapter 5 MCQ Assamese Medium (Chapter 5 ইউক্লিডৰ জ্যামিতিৰ পৰিচয় MCQ) is available here. Students can practice these SEBA Class 9 General Mathematics Chapter 5 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 9 Maths Chapter 5 MCQ in Assamese are designed according to the latest NCERT exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Maths Chapter 5 MCQ (ইউক্লিডৰ জ্যামিতিৰ পৰিচয় Class 9 MCQ Assamese Medium) questions and answers carefully.

Class 9 Maths Chapter 5 MCQ Assamese Medium 2023-24

ওপৰত আলোচনা কৰা SEBA Class 9 Maths Chapter 5 MCQ Question Answer (ইউক্লিডৰ জ্যামিতিৰ পৰিচয় Class 9 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Mathematics Chapter 5 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Maths Chapter 5 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

ADRE 2.0 Notes PDF in Assam | ADRE 2.0 অসম চৰকাৰৰ বৃহৎ নিযুক্তি

Bost Your Preparation for the ADRE 2.0 with Lakshya CoursesHello, aspirants! If you’re preparing for the Assam Direct...

Class 10 Social Science Geography Chapter 4 MCQ | অসমৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 4...

Class 10 Social Science Geography Chapter 3 MCQ | পৃথিৱীৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 3...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!