Class 9 Maths Chapter 8 MCQ Assamese Medium
1. চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি –
(a) 180^0
(b) 90^0
(c) 270^0
(d) 360^0
2. আয়তৰ প্ৰতিটো কোণৰ মান—
(a) 90^0
(b) 60^0
(c) 180^0
(d) 80^0
3. তলৰ কোনটো চতুৰ্ভুজৰ প্ৰতিটো বাহু সমান
(a) আয়ত
(b) ৰম্বাছ
(c) বৰ্গ
(d) সামান্তৰিক
4. তলৰ কোনটো উক্তি সত্য—
(a) প্ৰতিটো ট্রেপিজিয়ামেই সামান্তৰিক
(b) প্ৰতিটো আয়ত সামান্তৰিক
(c) প্ৰতিটো ৰম্বাছ বর্গ
(d) প্ৰতিটো সামান্তৰিক আয়ত
Also Read: Class 9 Maths MCQ All Chapter
5. ABCD সামান্তৰিকৰ ক্ষেত্ৰত তলৰ কোনটো সত্য—
(a) AB=AC
(b) AD=DC
(c) AD=BC
(d) AB=BC
6. ABCD বৰ্গৰ চাৰিটা বাহুৰ যোগফল 36cm হ’লে বৰ্গটোৰ বাহুৰ দীঘ হ’ব—
(a) 18cm
(b) 9cm
(c) 12cm
(d) 36cm
7. ABCD সামান্তৰিকৰ AC আৰু BD কৰ্ণই পৰস্পৰ O বিন্দুত সমদ্বিখণ্ডিত হৈছে যদি AC কৰ্ণৰ দীঘ 10cm হয়।তেন্তে CO ৰ দৈৰ্ঘ্য হ’ব-
(a) 6cm
(b) 7cm
(c) 5cm
(d) 8cm
8. PQR ত্ৰিভুজৰ S আৰু T ক্ৰমে PQ আৰু PR ৰ মধ্যবিন্দু হ’লে আৰু QR ৰ মান 10cm হ’লে ST ৰ মান হ’ব-
(a) 10cm
(b) 5cm
(c) 15cm
(d) 20cm
9. ABC ত্ৰিভুজৰ E আৰু F ক্ৰমে AB আৰু AC বাহুৰ মধ্যবিন্দু হলে তলৰ কোনটো সত্য—
(a) EF\parallel BC
(b) EF\parallel AC
(c) EF\parallel AB
(d) AB\parallel AC
10. ABC ত্ৰিভুজন E , AB ৰ মধ্যবিন্দু আৰু EF ৰেখাখণ্ড BC ৰ সমান্তৰাল হ’লে আৰু AC ৰ মান 12cm হলে FC ৰ মান হ’ব
(a) 12cm
(b) 24cm
(c) 18cm
(d) 6cm
Class 9 Mths MCQ
চতুর্ভুজ Class 9 MCQ Assamese Medium Question Answer
SEBA Class 9 Maths Chapter 8 MCQ Assamese Medium (Chapter 8 চতুর্ভুজ MCQ) is available here. Students can practice these SEBA Class 9 General Mathematics Chapter 8 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 9 Maths Chapter 8 MCQ in Assamese are designed according to the latest NCERT exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Maths Chapter 8 MCQ (চতুর্ভুজ Class 9 MCQ Assamese Medium) questions and answers carefully.
Class 9 Maths Chapter 8 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 9 Maths Chapter 8 MCQ Question Answer (চতুর্ভুজ Class 9 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Mathematics Chapter 8 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Maths Chapter 8 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel Join কৰিবলৈ অনুৰোধ জনোৱা হল।
Pori Bohuth bal lagi se nic to mit you
Awesome website