Class 9 Maths Chapter 1 MCQ Assamese Medium
1. তলৰ কোনটো স্বাভাৱিক সংখ্যা।
(a) -3
(b) 5
(c) \frac87
(d) \sqrt2
2. তলৰ কোনটো পৰিমেয় সংখ্যা?
(a) 3\sqrt2
(b) \sqrt3
(c) \frac35
(d) \mathrm\pi
3. তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় ?
(a) \frac1{\sqrt2}
(b) 2\mathrm\pi
(c) \sqrt{17}
(d) \sqrt{16}
4. তলৰ কোনটো সংখ্যা পৰিমেয় নহয় ?
(a) 1.5
(b) 1.\overline{63}
(c) 0.02\overline3
(d) 1.020020002
Also Read: Class 9 Maths MCQ All Chapter
5. \sqrt3 ৰ মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব?
(a) 1 আৰু 2
(b) 2 আৰু 3
(c) 3 আৰু 4
(d) 0 আৰু 1
6. তলৰ কোনটো সংখ্যা সংখ্যাৰেখাত \sqrt5 ৰ সোঁফালে থাকিব?
(a) \sqrt3
(b) 2
(c) -1
(d) 3
7. \sqrt3 ক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ’ব?
(a) \sqrt2
(b) \sqrt3
(c) 2
(d) 1
8. \frac{1.5}{2.35} সংখ্যাটো
(a) পৰিমেয়
(b) অপৰিমেয়
(c) অখণ্ড
(d) স্বাভাৱিক
9. \left(\sqrt3+\sqrt2\right)\left(\sqrt3-\sqrt2\right) ৰ মান
(a) 5
(b) -1
(c) 1
(d) 0
10. 32^\frac15 ৰ মান
(a) 3
(b) 4
(c) -2
(d) 2
সংখ্যা প্ৰণালী Class 9 MCQ Assamese Medium Question Answer
SEBA Class 9 Maths Chapter 1 MCQ Assamese Medium (Chapter 1 সংখ্যা প্ৰণালী MCQ) is available here. Students can practice these SEBA Class 9 General Mathematics Chapter 1 MCQ Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the MCQ questions in this SEBA Class 9 Maths Chapter 1 MCQ in Assamese are designed according to the latest NCERT exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Maths Chapter 1 MCQ (সংখ্যা প্ৰণালী Class 9 MCQ Assamese Medium) questions and answers carefully.
Class 9 Maths Chapter 1 MCQ Assamese Medium 2023-24
ওপৰত আলোচনা কৰা SEBA Class 9 Maths Chapter 1 MCQ Question Answer (সংখ্যা প্ৰণালী Class 9 MCQ Assamese Medium) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Mathematics Chapter 1 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Maths Chapter 1 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Bhagya Nag
Can you please give us some more MCQ of this chapter and the second chapter. It will help us more.
7ehsg
Mcq খিনি pdf লাগে
Mcq lage plss